ঝাৰখণ্ড
ভাৰতৰ এখন ৰাজ্য
ঝাৰখণ্ড (হিন্দী: झारखंड), (চাঁওতালি: ᱡᱷᱟᱨᱠᱷᱚᱸᱰ) বা পূৰ্বৰ ঝাড়খণ্ড (সহায়·তথ্য) পূৰ্ৱ ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানীৰ নাম ৰাঁচী। ই বিহাৰৰ দক্ষিণাংশৰ পৰা পৃথক হৈ ২০০০ চনৰ ১৫ নভেম্বৰত গঠিত হৈছিল।[3] এই ৰাজ্য নানা খনিজ সম্পদেৰে পূৰ্ণ। ঝাৰখণ্ডৰ পৰ্যটনকেন্দ্ৰবিলাকৰ ভিতৰত বিখ্যাত কেইটামান হ'ল : হলুদপুকুৰ, ৰাজমহল, নেতাৰহাট, হাজাৰীবাগ, মন্দাৰগিৰি ইত্যাদি।
ঝাৰখণ্ড झारखण्ड ᱡᱷᱟᱨᱠᱷᱚᱸᱰ | |
---|---|
ভাৰতৰ ৰাজ্য | |
দেশ | ভাৰত |
অঞ্চল | পূৰ্ব ভাৰত |
প্ৰতিষ্ঠা | ১৫ নৱেম্বৰ ২০০০ |
ৰাজধানী | ৰাঁচী |
বৃহত্তম চহৰ | জামছেদপুৰ |
চৰকাৰ | |
• ৰাজ্যপাল | দ্ৰৌপদী মুৰ্মু |
• মুখ্যমন্ত্ৰী | হেমন্ত সোৰেন |
• বিধানসভা | এককক্ষীয় (৮১ আসন) |
• লোকসভা কেন্দ্ৰ | ১৪ |
• হাইকোৰ্ট | ঝাৰখণ্ড হাইকোৰ্ট |
কালি | |
• মুঠ | ৭৯,৭১৪ km2 (30,778 sq mi) |
• স্থান | ১৫শ |
জনসংখ্যা (২০১১) | |
• মুঠ | ৩২৯৮৮১৩৪ |
• স্থান | ১৩শ |
• ঘনত্ব | ৪১৪/km2 (1,070/sq mi) |
ঝাৰখণ্ডৰ মাটিকালি ৭৯,৭১৪ বৰ্গ কিঃমিঃ। ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা হ'ল ৩২৯৮৮১৩৪ জন। সাক্ষৰতাৰ হাৰ ৬৭.৬%। ঝাৰখণ্ডৰ চৰকাৰী ভাষা : হিন্দী আৰু চাঁওতালি ভাষা।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Languages of Jharkhand". Archived from the original on 2019-04-15. https://web.archive.org/web/20190415064411/http://www.jharkhand.gov.in/web/guest/facts%26figures। আহৰণ কৰা হৈছে: ৮ মে ২০১৯.
- ↑ "সংৰক্ষণাগাৰভুক্ত অনুলিপি". Archived from the original on 2014-01-06. https://web.archive.org/web/20140106033703/http://www.bihardays.com/jharkhands-11-second-languages-will-create-new-jobs-enrich-national-culture/। আহৰণ কৰা হৈছে: ৯ আগষ্ট ২০১৬.
- ↑ "Jharkhand – At a Glance". Archived from the original on 2012-05-05. https://web.archive.org/web/20120505155252/http://www.jharkhand.gov.in/। আহৰণ কৰা হৈছে: 2017-03-14.