বাৰ্তালাপ (ইংৰাজী: Baartalaap) এটি ডিজিটেল মিডিয়া প্ৰতিষ্ঠান। ২০২১ চনৰ ২৩ জুন তাৰিখে জ্যেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰা বাৰ্তালাপ হৈছে এটা মনোৰঞ্জনধৰ্মী অনুষ্ঠান।ইয়াৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটীত। বাৰ্তালাপৰ অনুষ্ঠান সমূহে বিভিন্ন ধৰণৰ তথ্য ভিত্তিক, মনোৰঞ্জনধৰ্মী, খেল, জীৱনশৈলী, শিক্ষামূলক, আধ্যাত্মিক আদি বিষয় সাঙুৰি লয় ।বাৰ্তালাপৰ মজিয়াত অসমৰ চিৰপৰিচিত ব্যক্তিসকলৰ সাক্ষাত গ্ৰহণ কৰা হয়।

বাৰ্তালাপ
Baartalaap
[[image:
|140px]]
উদ্বোধন ২৩ জুন ২০২১
গৰাকী Baartalaap Media Private .Ltd
দেশ ভাৰত
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ বাৰ্তালাপ মেডিয়া একাডেমী

মুখ্য ব্যক্তি সম্পাদনা কৰক

  • মুখ্য পৰিচালন সঞ্চালক: সংযুক্তা শৰ্মা
  • পৰিচালন সঞ্চালক: চক্ৰপাণি পৰাশৰ

ইতিহাস সম্পাদনা কৰক

২০২১ চনৰ ২৩ জুন তাৰিখে জ্যেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰৰ নেতৃত্বত বাৰ্তালাপ প্ৰতিষ্ঠা কৰা হয় ।

বাৰ্তালাপৰ উদ্যোগত অসমৰ নৱপ্ৰজন্মক সাংবাদিকতাৰ আদিপাঠ শিকোৱাৰ উদ্দেশ্যে "বাৰ্তালাপ মিডিয়া অকাডেমি" নামৰ সাংবাদিকতাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান এটি আৰম্ভ কৰা হয় ২৩জুন, ২০২১ তাৰিখে । য'ত অসমৰ প্ৰতিস্থিত সাংবাদিক সকলক মাজে সময়ে আমন্ত্ৰণ জনাই প্ৰশিক্ষাৰ্থী সকলক বিশেষ পাঠ দিবলৈ চেষ্টা কৰা হয় ।

উল্লেখযোগ্য অনুষ্ঠান সম্পাদনা কৰক

  • বাৰ্তালাপ শ্ৰেণীকোঠা
  • বাৰ্তালাপৰ অতিথি
  • আহক বাৰ্তালাপ কৰো
  • প্ৰেৰণাদায়ক ব্যক্তিৰ সৈতে বাৰ্তালাপ
  • জনপ্ৰিয়তা ব্যক্তিৰ সৈতে বাৰ্তালাপ
  • কেনেকৈ সফল ব্যক্তি হব
  • কেনেকৈ ধনী মানুহ হব
  • সুখী মানুহৰ সৈতে বাৰ্তালাপ
  • বাৰ্তালাপৰ ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান

তথ্য সংগ্ৰহ সম্পাদনা কৰক


বাহ্যিক সংযোগ সম্পাদনা কৰক