"নচিকেতা" নে "নাচিকেতা"?? ড০ ভৱানন্দ দত্তই "নচিকেতা"ৰ ছদ্মনামত "ৰাজপথ" নামৰ কবিতাটো লিখিছিল। "নাচিকেতা" নামটো শুনা নাই। জন্মৰ স্থান চেলেঙহাট হ'ব লাগিছিল। Ani ttbr (talk) 07:19, 29 ডিচেম্বৰ 2013 (UTC)

হয়, নচিকেতাই হ'ব লাগে। চেলেঙহাটটোও ভুল ৰৈ গ'ল। শুদ্ধ কৰা হ'ল। প্ৰণৱ জ্যোতি ভূঞা (talk) 08:23, 29 ডিচেম্বৰ 2013 (UTC)
"অখিল গগৈ" পৃষ্ঠালৈ উভতি যাওক।