‍‍Gitartha.bordoloi 20:05, 1 ডিচেম্বৰ 2011 (UTC)

প্ৰণব, তুমিয়েই মোলে ফে'চবুকত এটা বাৰ্তা দিছিলানেকি? যদি হয় তেন্তে মই তোমাৰ লেখাটো অকনমান সম্পাদনা কৰি দিছোঁ৷ চাবা৷ আনহাতে অসমীয়া উইকিপিডিয়াত কেনেকে লিখিব লাগে তাৰ বাবে মই "অসমীয়াত কথা বতৰা" গোটত এটা Doc ফাইল বনাই ৰাখিছোঁ৷ পাৰিলে চাবা৷ তুমি পদাৰ্থ বিজ্ঞানত লিখিবা৷ তাৰ বাবে যিকোনো নতুন পৃষ্ঠা আৰম্ভ কৰি লিখিবা আৰু আৰম্ভণিতে "Category:পদার্থ বিজ্ঞান" দিবা৷ ইয়াৰ আগে পিছে আগে পিছে [[ ]] চিহ্ন দিবা৷ তেতিয়া তুমি লিখা সকলো বিষয় পদাৰ্থ বিজ্ঞানৰ ভিতৰত থাকিব৷ আনহাতে আজি মই সম্পাদনা কৰি দিয়া তোমাৰ 'পোহৰ' লেখাটিৰ ভিতৰত 'ৰঙা' ৰঙেৰে থকা শব্দ কেইটাত ক্লিক কৰিও তুমি অন্য এটা প্ৰবন্ধ লিখিব পাৰা৷ আনহাতে সেই প্ৰবন্ধত কিছুমান বিষয় (শব্দ) পুনৰ লিংক কৰি দিবলৈ শব্দটোৰ আগে পিছে [[ ]] (ধৰা পোহৰ) দিবা৷ তেতিয়া যদি প্ৰবন্ধটো আগতে থাকে তেতিয়া সেউজীয়া দেখুৱাব আৰু নাথাকিলে ৰঙা দেখুৱাব৷ ৰঙা দেখুৱালে তুমি তাত ক্লিক কৰি সেই বিষয়ত পুনৰ এটা নতুন প্ৰবন্ধ লিখিব পাৰিবা৷ এতিয়া তুমি পোহৰ লেখাটোৰ ভিতৰত থকা পদাৰ্থবিজ্ঞান-ৰ বিষয়ে লিখিব পাৰা৷ লাহে লাহে অন্যান্য দিশবোৰ গম পাবা৷

প্ৰণব, তুমি নতুন প্ৰবন্ধ এটা 'বাৰ্তা' হিচাপে নিলিখিবা৷ এটা নতুন লেখা হিচাপে লিখিবা৷ মাত্ৰ তাৰ আগতে কি বৰ্গৰ অন্তৰ্গত তাক দিবা৷ মই তোমাৰ লেখাটো আকৌ সম্পাদনা কৰি দিছোঁ৷ পৰিবৰ্তনটো লক্ষ্য কৰা৷

অঞ্জল

অঞ্জল, মই তেখেতৰ প্রবন্ধটো অলপ থান-থিত লগাই দিছোঁ। প্রভাকৰ শৰ্মা নেওগ 23:11, 1 ডিচেম্বৰ 2011 (UTC)

শ্রী প্রণব,

ৱিকি নমস্কাৰ ল'ব। আপোনাক আমাৰ মাজত পাই ভাল লাগিছে। আমাক নেৰিব, ভৱিষ্যতে আৰু বহুত কাম আমি একেলগে কৰিবলগীয়া আছে। কোনো অসুবিধা পালে মোক আপুনি অসঃ ৱিকি -ৰ মোৰ আলোচনা পৃষ্ঠাত নিঃসংকোচে যোগাযোগ কৰিব পাৰে। অন্যথা, আপুনি বন্ধুবৰ অঞ্জল-অক চিনি পায়েই, আমি দুইজনে বহুত দিনৰপৰা একেলগে কাম কৰি আছোঁ।

মই আপোনাৰ নিউট্ৰিন' প্রবন্ধটোত সামান্য সালসলনি কৰাৰ স্বাধীনতা ল'লোঁ - মাত্র গঠন-ৰ ক্ষেত্রতহে, বাকী সকলো একেই আছে। কি কি কৰিলোঁ মই [[বাৰ্তা:বাৰ্তা:নিউট্রিন']] -তে লিখিছোঁ যাতে পাচত আহা মানুহেও বুজিব পাৰে।

অসমীয়া ভাষাৰ ৱিকিপিডিয়াৰ উন্নতি কৰাৰ প্রয়োজন আছে। বিশেষকৈ ভাৰতৰ বাকী ৱিকিপিডিয়ান সকলে সদ্যহতে আমাৰ আৰু উৰীয়া ৱিকিপিডিয়াৰ ওপৰত মনোযোগ কেন্দ্রীত কৰি আছে। অনুগ্রহ কৰি সক্রিয়ভাবে অংশ লৈ অসমীয়া ৱিকিপিডিয়া, বিশেষকৈ আপোনাৰ পচন্দৰ বিভাগ - পদাৰ্থবিজ্ঞানৰ দায়িত্ব লওক আৰু ইয়াক জীৱন্ত কৰি তোলক।

সাধাৰণতে আমাৰখন চালুকীয়া যেতিয়া কিবা বিষয়ত (যেনে ধৰক: মই যে আপোনাৰ প্রবন্ধটোৰ প্রথম ভাগটোৰ হেডিং টো গুচাই লীড চেকশ্যন কৰি দিলোঁ) প্রয়োজন হয়, তেতিয়া ইংৰাজী খনৰ দিকদৰ্শন গ্রহণ কৰা হয়। কিন্তু সকলো ক্ষেত্রত সেইবোৰ আমাৰ হাৱা-পানীৰ লগত খাপ নাখাবও পাৰে। সেই কাৰণে তেনেবোৰ বিষয়ত আমাৰ নিজৰ পলীচি প্রস্তুত কৰিব লগা হয়। এই দিশতো অনেক কাম কৰাৰ প্রয়োজন আছে।

লগ পাই থাকিম।

প্রভাকৰ শৰ্মা নেওগ 22:43, 1 ডিচেম্বৰ 2011 (UTC)

মই আপোনাৰ প্রবন্ধ এটা অলপ বদলাইছিলোঁ, আপুনি বেয়া পাইছে যদি আগৰ নিছিনা কৰি দিম নেকি? -- প্রভাকৰ শৰ্মা নেওগ 11:21, 2 ডিচেম্বৰ 2011 (UTC)

প্ৰণৱ, তুমি লাহে লাহে ৱিকিৰ কামত পাকৈত হৈ উঠিছা। নতুন প্ৰবন্ধ যোগ কৰাৰ উপৰিও যদি মাজে মাজে "পোহৰ", "সময়" আদিৰ দৰে দৰকাৰী প্ৰবন্ধ দুটামান বিস্তাৰ কৰা তেন্তে বৰ ভাল হ'ব। লগে ৰহ' ! Gitartha.bordoloi 08:28, 23 ডিচেম্বৰ 2011 (UTC)

পদাৰ্থ বিজ্ঞানৰ শব্দ সম্পাদনা কৰক

দীপাংকৰ চেতিয়া 08:41, 6 জানুৱাৰী 2012 (UTC) ধন্যবাদ প্ৰণৱ দা মই ভাবিছিলো এবাৰ ধ্ৰুপদী লিখিম বুলি পাছ্ত কিবা ভাবি নিলিখিলো| আৰু দুটামান কি লিখো জানো| যেনে : frame of reference =প্ৰসংগ ফ্ৰেম নে প্ৰসংগ খোলা(?)| inertial frame = জড় ফ্ৰেম নে নিষ্ক্ৰিয় ফ্ৰেম?

প্ৰথম অসমিয়া ৱিকিমিটআপ সম্পাদনা কৰক

অসমিয়া ৱিকিপিডিয়াৰ প্ৰথম গুৱাহাটী মিটআপখন অহা দেওবাৰ ২৯ জানুৱাৰী ২০১২ তাৰিখে পতাৰ সিদ্ধান্ত লোৱা হৈছে, স্থান:- কম্পিউটাৰ বিজ্ঞান বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয়, সময়:- দিনৰ ২ বজাত অহা দেওবাৰে আপোনাক মিটআপত উপস্থিত থাকিবলৈ অনুৰোধ জনালো Jyoti Prakash Nath 10:55, 21 জানুৱাৰী 2012 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1 সম্পাদনা কৰক

  আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 19:46, 22 জানুৱাৰী 2012 (UTC)

ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প সম্পাদনা কৰক

প্ৰনৱ দা এইখন চাবচোন, যোগদান কৰিব, লগতে কিবা সাল-সলনি কৰিব লগা হ’লেও কৰিব | ৱিকিপিডিয়া:ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প
দীপাংকৰ চেতিয়া বাৰ্তা 19:00, 7 ফেব্ৰুৱাৰী 2012 (UTC)

পুৰস্কাৰ সম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ ধন্যবাদ হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:32, 14 ফেব্ৰুৱাৰী 2012 (UTC)
  The Working Man's Barnstar
প্ৰিয় সতীৰ্থ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC)

বিষ্ণু শইকীয়া ডাঙৰীয়া আৰু জ্যোতি প্ৰকাশ নাথ ডাঙৰীয়া, অশেষ ধন্যবাদ থাকিল।

নিউট্ৰিন'প্ৰবন্ধটো কিবা এটা কৰিব লাগিছিল| বহুদিন ধৰি কাম হোৱা নাই| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:13, 11 মাৰ্চ 2012 (UTC)

এৰা বিষ্ণু শ‍ইকীয়া দা, বহুদিন আধৰুৱা হৈ আছে। অলপ শৈক্ষিক ব্যস্ততাৰ বাবে ৱিকিপিডিয়াৰ কামত ভালকৈ হাত দিব পৰা নাই। মনত পেলাই দিয়াৰ বাবে ধন্যবাদ। ব্যস্ততাৰ পৰা অলপ আহৰি পালেই পুনৰাই আৰম্ভ কৰিম। প্ৰণৱ জ্যোতি ভূঞা (talk) 16:33, 11 মাৰ্চ 2012 (UTC)

ঠিক আছে| পঢ়া শুনা ভালকৈ কৰা, সেইটোহে বেছি প্ৰয়োজনীয়| আজৰি সময় পালে কামটো শেষ কৰিবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:43, 11 মাৰ্চ 2012 (UTC)
 
নমস্কাৰ, Pranabnlp। এই পৃষ্ঠাত আপোনালৈ নতুন বাৰ্তা আছে: Bishnu Saikia's talk page
আপুনি যিকোনো সময়ত  {{Talkback}} বা {{Tb}} সাঁচ মচি এই জাননী আঁতৰ কৰিব পাৰে

সম্পাদনা কৰিব পাৰিবা| এইটো উদাহৰণ চোৱাচোন, সদস্য নাম আৰু বিৱৰণবোৰ সলনি কৰি দিবা মাত্ৰ বিষ্ণু  বাৰ্তা  14:45, 5 মে' 2012 (UTC)

হৈছে| বঢ়িয়া| বিষ্ণু  বাৰ্তা 

ৰঞ্জণ গগৈ পৃষ্ঠাখন তুমি খালী কৰাৰ পাছত ম‍ই সেইখন ৰঞ্জন গগৈ পৃষ্ঠালৈ Redirect কৰি দিলো। বিলোপ নকৰিলেও চলিব এতিয়া| আগলৈ এনে ভুল হ’লে স্থানান্তৰ কৰি দিব পাৰিবা নিজেই, এইখন সহায়িকা চাবাচোন| তুমি কৰা প্ৰক্ৰিয়াৰেও কৰিব পাৰি, কিন্তু নিজে লিখা প্ৰবন্ধবোৰৰ ক্ষেত্ৰতহে কৰিলে ভাল| নাইবা প্ৰবন্ধৰ ইতিহাসত কপি কৰাজনৰহে নাম থাকিব, মূল লেখকৰ নহয়| লাগি থাকিবা| বিষ্ণু শইকীয়া 15:04, 10 নৱেম্বৰ 2012 (UTC)

CIS-A2K trying to reach you সম্পাদনা কৰক

Dear Pranabnlp, CIS-A2K team has been trying to reach you with respect to your application for Train the Trainer Program. We have mailed and called several times but got no response from your side. Could I please request you to mail Ajoy at ajoyatcis-indiadotorg at the earliest. We'd love to have you join the program. Thanks Nitika.t (talk) 09:20, 24 ছেপ্টেম্বৰ 2013 (UTC)

মঙ্গলযান সম্পাদনা কৰক

পাৰিলে ইনফ'বক্সটো ঠিক কৰি দিবছোন। জ্যোতি প্ৰকাশ নাথ (talk) 11:45, 12 নৱেম্বৰ 2013 (UTC)

১ ডিচেম্বৰত বেংগালুৰুত কেইজনমান ৱিকিপিডিয়ান গোট খাব পৰা যায় নেকি? ম‌ই সেইদিনা তাতে থাকিম। আগ্ৰহী মানুহ গোট খালে অলপ শিকাবও পৰা যাব। ফে'চবুক গ্ৰুপত প'ষ্ট এটা (https://www.facebook.com/groups/assamwikigroup/permalink/619658111406080/) দিছিলোঁ। চাবাচোন। — গীতাৰ্থ বৰদলৈ (talk) 18:32, 19 নৱেম্বৰ 2013 (UTC)

ফে'চবুক গোটটোত তুমি আছানে? তাত আছা যদি দৰকাৰ হ'লেই টেগাই থাকিব পাৰিম। — গীতাৰ্থ বৰদলৈ (talk) 18:53, 19 নৱেম্বৰ 2013 (UTC)

use {{subst:welcome}} instead of {{welcome}}. It replaces the template invocation with code. প্রভাকৰ শৰ্মা নেওগ (talk) 04:09, 27 নৱেম্বৰ 2013 (UTC)

দীপক চন্দ্ৰ জৈন সম্পাদনা কৰক

দীপক চন্দ্ৰ জৈন প্রবন্ধৰ আলোচনা পৃ ত বাৰ্তা দিছো প্রভাকৰ শৰ্মা নেওগ (talk) 08:36, 4 জানুৱাৰী 2014 (UTC)

এই মাহৰ ৱিকিপিডিয়ান: ডিচেম্বৰ সম্পাদনা কৰক

  এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


09:21, 6 জানুৱাৰী 2014 (UTC)

অভিনন্দন প্ৰণৱ দা দীপাংকৰ চেতিয়া? 10:02, 6 জানুৱাৰী 2014 (UTC)
অভিনন্দন প্রভাকৰ শৰ্মা নেওগ (talk) 11:45, 6 জানুৱাৰী 2014 (UTC)
ধন্যবাদ অসমীয়া ৱিকিৰ সদস্যবৃন্দ, গীতাৰ্থ, দীপাংকৰ আৰু প্ৰভাকৰ দা! প্ৰণৱ জ্যোতি ভূঞা (talk) 15:28, 8 জানুৱাৰী 2014 (UTC)

ডিব্ৰুগড় বিমানবন্দৰ নে মোহনবাৰী বিমানবন্দৰ সম্পাদনা কৰক

"ডিব্ৰুগড় বিমানবন্দৰ"ত বাৰ্তা দিছোঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 15:46, 18 জানুৱাৰী 2014 (UTC)

The Feather Barnstar সম্পাদনা কৰক

  The Feather Barnstar
শেহতীয়াকৈ ভালেসংখ্যক উচ্চমান বিশিষ্ট প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ। আগলৈও আপুনি একেই উৎসাহেৰে ৱিকিত অৱদান আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷  – Nayan j Nath (talk) 17:13, 31 January 2021 (ইউ.টি.চি.) উত্তৰ দিয়ক
Nayan j Nath, ধন্যবাদ। প্ৰণৱ জ্যোতি ভূঞা (talk) 23:32, 31 January 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ফিনিক্স বঁ‌টা সম্পাদনা কৰক

  ফিনিক্স বঁটা
শেহতীয়াকৈ ৱিকিপ্ৰকল্পসমূহত আপুনি বহুমূলীয়া বৰঙণি আগবঢ়াই ইয়াৰ মান বৃদ্ধি কৰিছে। আপোনাক পুনৰবাৰ সক্ৰিয় ৰূপত দেখি আমি গৰ্ব অনুভৱ কৰিছোঁ, সেই আপাহতে আপোনালৈ এই সৰু পদকটি আগবঢ়ালোঁ। অনুগ্ৰহ কৰি অসমীয়া ৱিকিপিডিয়াৰ লগত অদূৰ ভৱিষ্যতেও জড়িত হৈ থাকিব বুলি আশা প্ৰকাশ কৰিলোঁ‌। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ। Nayan j Nath (বাৰ্তা) 02:41, 1 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Nayan j Nath: ধন্যবাদ। প্ৰণৱ জ্যোতি ভূঞা (বাৰ্তা) 09:09, 10 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Wikimedia Foundation Community Board seats: Call for feedback meeting সম্পাদনা কৰক

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় Pranabnlp,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities সম্পাদনা কৰক

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান সম্পাদনা কৰক

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে সম্পাদনা কৰক

প্ৰিয় Pranabnlp,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।


WLWSA-2021 Newsletter #6 (Request to provide information) সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

 
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:26, 17 November 2021 (ইউ.টি.চি.)

WLWSA-2021 Newsletter #7 (Request to provide information) সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

 
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Unfortunately, your information has not reached us. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
13:37, 1 April 2022 (ইউ.টি.চি.)

WikiConference India 2023: Program submissions and Scholarships form are now open সম্পাদনা কৰক

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline সম্পাদনা কৰক

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

On Behalf of, WCI 2023 Core organizing team.

 

You have been a medical translators within Wikipedia. We have recently relaunched our efforts and invite you to join the new process. Let me know if you have questions. Best Doc James (talk · contribs · email) 12:34, 13 August 2023 (UTC)