ইয়াৰোপৰি, ফেব্ৰুৱাৰি আৰু ছিনেমা সম্পাদনা কৰক

@যদুমণি গগৈ: লেখাটোত আপুনি কৰা সংশোধনৰ বাবে ধন্যবাদ জনালোঁ ৷ কিন্তু আপুনি কৰা আটাইকেইটা সংশোধনেই বৈধ আৰু ৱিকিপিডিয়াকে ধৰি একাধিক উৎস তথা স্থানত সেয়া ইতিমধ্যেই ব্যৱহৃত হৈছে ৷ ফেব্ৰুৱাৰী আৰু ফেব্ৰুৱাৰি, চিনেমা আৰু ছিনেমা-দুয়োটাই ব্যৱহৃত আৰু প্ৰচলিত৷ মই লিখা 'ইয়াৰোপৰি'ৰ পৰিৱৰ্তে আপুনি 'তদুপৰি' লিখিলে ৷ কিন্তু 'ইয়াৰোপৰি'তো কোনো ত্ৰুটি নাই৷ বাক্যটো পুনৰাই পঢ়ি চালে 'ইয়াৰোপৰি'টোহে বাক্যটোৰ লগত যথোপযুক্ত হ'ব যেন লাগে ৷ অনুগ্ৰহ কৰি সংশোধন সম্পৰ্কে আপুনি যুক্তিসন্মত ব্যাখ্যা আগবঢ়ায় যেন ৷ পুনৰ ধন্যবাদ ৷ -- ঈশান জ্যোতি বৰা (বাৰ্তা) 15:50, 24 February 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

"অনুপমা চোপ্ৰা" পৃষ্ঠালৈ উভতি যাওক।