যদুুুমণি গগৈ
মই এজন থলুুৱা অসমীয়া ভাষী যুৱক।
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি মই সদায় দায়বদ্ধ হৈ থাকিম।
মই শিৱসাগৰ জিলাৰ খনামুখ অঞ্চলৰ টিপমীয়া গাঁৱত (ঐতিহ্যমণ্ডিত চিন্তামণি গড়ৰ সমীপত) বসবাস কৰোঁ।
মই ২০১৮ বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ।