অনুগ্ৰহ কৰি এই প্ৰৱন্ধটো তথ্যসূত্ৰ দৰ্শাই বিস্তাৰ কৰক | মাত্ৰ এটা বা দুটা শাৰীৰ প্ৰৱন্ধ ৱিকিপিডিয়াত অন্তৰ্ভুক্ত নকৰিব | Gitartha.bordoloi ১৯:৫০, ১৪ আগষ্ট ২০১১ (UTC)

মচুন্দৰি/ মছন্দৰী সম্পাদনা কৰক

বানানটো মচুন্দৰী নে মছন্দৰী হ'ব লাগে৷ নে দুয়োটা শব্দই কিতাপত আছে?

Anjal Borah ১১:১৪, ২৯ আগষ্ট ২০১১ (UTC) মছন্দৰী হ'ব । ধন্যবাদ ।

মাছৰ দৰে গোন্ধাই বাবে "মছন্দৰী" প্রভাকৰ শৰ্মা নেওগ (talk) 14:25, 14 মে' 2012 (UTC)

দুপৰ টেঙা সম্পাদনা কৰক

দুপৰ টেঙাৰ বৈজ্ঞানিক নাম Kalanchoe pinnata (প্রবন্ধত লিখাৰ দৰে) নে (মোক এজনে কোৱাৰ দৰে: মই একো নাজানো দেই) bryophyllum pinnatum হ'ব? প্রভাকৰ শৰ্মা নেওগ (talk) 14:25, 14 মে' 2012 (UTC)

মই http://species.wikimedia.org/wiki/Kalanchoe_pinnata ইয়াত বিচাৰি পালোঁ। তাত Bryophyllum calycinum আৰু Bryophyllum pinnatum ক bryophyllum pinnatum অৰ synonym বুলি লিখা আছে। বিজ্ঞজনে কি কৰে কৰক প্রভাকৰ শৰ্মা নেওগ (talk) 14:35, 14 মে' 2012 (UTC)

কোনো ক্ষেত্রত একোটা প্রজাতিৰ কেইবাটাও বৈজ্ঞানিক নাম কেনেকৈ হয় জানিবলৈ এই লিংকটো চাব পাৰে, http://www.northernontarioflora.ca/synonyms.cfm মৌচুমী (talk)

প্ৰতিকাৰ সম্পাদনা কৰক

"বিভিন্ন ৰোগ আৰু বন-দৰবৰ দ্বাৰা ইয়াৰ প্ৰতিকাৰ" অনুচ্ছেদটো মচি পেলাব পাৰি নেকি? এইখিনি ৱিকিপিডিয়াত থাকিবলগীয়া কথা নহয়। — গীতাৰ্থ বৰদলৈ (talk) 16:50, 6 জানুৱাৰী 2013 (UTC)

"অসমৰ বনৌষধি" পৃষ্ঠালৈ উভতি যাওক।