সংৰক্ষিত পাঠ

পুৰণি বাৰ্তা:২০১১
পুৰণি বাৰ্তা:২০১২ জানুৱাৰী-মাৰ্চ
পুৰণি বাৰ্তা: ২০১২ এপ্ৰিল-ডিচেম্বৰ
পুৰণি বাৰ্তা: ২০১৩
পুৰণি বাৰ্তা: ২০১৪
পুৰণি বাৰ্তা: ২০১৫-১৬
পুৰণি বাৰ্তা: ২০১৭-১৮
পুৰণি বাৰ্তা: ২০১৯-২২


কৰ্মশালাৰ সোণালী পদক সম্পাদনা কৰক

 
কৰ্মশালাৰ সোণালী পদক
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ জুন মাহত অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত অসমীয়া ৱিকিপ্ৰকল্পৰ অনলাইন কৰ্মশালাত সমল ব্যক্তি হিচাপে আপুনি যি সক্ৰিয় সহায়-সহযোগিতা আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰঋণী । ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ
ধন্যবাদ৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 07:58, 28 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]


ৱিকিউৎসৰ ভোটাতৰা সম্পাদনা কৰক

  ৱিকিউৎসৰ ভোটাতৰা
শেহতীয়াকৈ অসমীয়া ৱিকিউৎসত অৰ্ধশতাধিক অসমীয়া গ্ৰন্থ আপল'ড কৰি তুমি যি অমূল্য অৱদান আগবঢ়ালা তাৰে সামান্য স্বীকৃতি হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ তোমাক এই পদকটো প্ৰদান কৰিছোঁ। -Joli Rumi (বাৰ্তা) 20:16, 28 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
 

You have been a medical translators within Wikipedia. We have recently relaunched our efforts and invite you to join the new process. Let me know if you have questions. Best Doc James (talk · contribs · email) 12:34, 13 August 2023 (UTC)

ৱিকি সজাগতা পদক সম্পাদনা কৰক

 
ৱিকি সজাগতা পদক
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত অসমীয়া ৱিকিপিডিয়াৰ অধিক প্ৰসাৰৰ বাবে গুৱাহাটীৰ বীৰকুছিত অনুষ্ঠিত ৱিকিপিডিয়াত প্ৰবন্ধ লেখন সম্পৰ্কীয় প্ৰশিক্ষণত সমল ব্যক্তি অংশগ্ৰহণ কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

মহাত্মা গান্ধী এডিটাথন, ২০২৩ সম্পাদনা কৰক

 
The Epic Barnstar
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সদ্য সমাপ্ত মহাত্মা গান্ধী এডিটাথন,২০২৩ প্ৰতি আপোনাৰ উৎসাহ আৰু আপুনি আগবঢ়োৱা পৰামৰ্শ আৰু অৱদানৰ বাবে আপোনাৰ আন্তৰিক শলাগ ল'লোঁ। আপোনাৰ ৱিকি-যাত্ৰা ক্ৰমাৎ অধিক শক্তিশালী হওঁক। শুভকামনা।

JyotiPN (বাৰ্তা) 04:13, 12 October 2023 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক[উত্তৰ দিয়ক]

ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 18:19, 18 October 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]