বাৰ্তা:অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকা

আৰু কিবা কলাম যোগ দিব লাগিব নেকি? যেনে বন্ধ হৈ যোৱাৰ তাৰিখ, উল্লেখযোগ্য নাটক ইত্যাদি? উদ্দীপতালুকদাৰ ১৪:১৮, ২ অক্টোবৰ ২০১১ (UTC)

ভ্ৰাম্যমাণৰ লগত সংলগ্ন কৰা সম্পৰ্কে সম্পাদনা কৰক

মূল তালিকাখন মস্ত দীঘল। আৰু বহুতো যোগ দিবলৈ আছে। গতিকে এখন তালিকা হিচাপে দিলে দেখাত বেয়া হ'ব। ঢাকি থৈ show কৰিব পাৰি। কিন্তু যিকেইটা প্ৰৱন্ধত সেইটো কৰা হৈছে, সেইকেইটা পঢ়িবলৈ টান হৈছে। নতুন ব্যৱহাৰকাৰীয়ে আৰু টান পাব। মাজতে show-টো ওলাই দেখাতো বেয়া কৰে। সেয়ে মোৰ মতৰে এইখন সেইটোৰ লগত সন্নিবিষ্ট কৰিব নালাগে। উদ্দীপতালুকদাৰ (talk) 15:45, 6 মাৰ্চ 2012 (UTC)

হ’ব তেন্তে| একত্ৰীকৰণ কৰাৰ প্ৰস্তাৱ হয়টো মইয়ে আগবঢ়াইছিলো| এতিয়া আতৰাই দিও তেন্তে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:55, 6 মাৰ্চ 2012 (UTC)
টেগটো কেইদিনমান ৰাখিব লাগিছিল নেকি? আৰু কাৰোবাৰ বেলেগ মত হ'ব পাৰে। উদ্দীপতালুকদাৰ (talk) 16:03, 6 মাৰ্চ 2012 (UTC)
আমাৰ ৰাইজে সাধাৰণতে আলোচনাৰ পৰা দূৰত থাকিয়েই ভাল পায়| কোনোবাই মন কৰিলে আকৌ মাৰ্জ টেগ দি দিব| নে কি কয়? এতিয়া Template:Details টো যোগ কৰি ৰাখো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:24, 6 মাৰ্চ 2012 (UTC)
"অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকা" পৃষ্ঠালৈ উভতি যাওক।