ভৌগলিক অৱস্থান :: 26°39′10″N 92°47′33″E / 26.6528495°N 92.79255920000003°E / 26.6528495; 92.79255920000003

মঙ্গলবাৰ
6
June

Rotating earth (Very small).gif Wikipedia logo gold.png Wikipedia-logo BW-200px.png Wikipedia logo bronze.png Paullusmagnus-logo.JPG Web-browser.png Wikipedia-logo.png Wikipedia logo pixels.png Bouncywikilogo.gif



Wikipedia:Babel
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
en-2 This user is able to contribute with an intermediate level of English.
hi-2 यह सदस्य हिन्दी भाषा का मध्यम स्तर का ज्ञान रखते हैं।
bn-2 এই ব্যবহারকারী বাংলা ভাষার মধ্যবর্তী প্রয়োগ করতে পারেন।
Search user languages
Bishnu Saikia.JPG



মোৰ ৱিকিপিডিয়াৰ সদস্যপৄষ্ঠালৈ আপোনাক আদৰণি জনাইছোঁ

বিষ্ণু শ‍ইকীয়া

(Bishnu Saikia)
যোগাযোগ
ADMensual.PNG Aktiveco de robotoj kaj uzantoj.png WP NL DESYSOP TM 2JUL2009.svg Wikipedia-logo-v2-as.svg Wikignome.svg
মোৰ
বৰঙণিসমূহ
মোৰ সম্পাদনাৰ
পৰিসংখ্যা
মই সৃষ্টি কৰা
পৃষ্ঠাসমূহ
ৱিকিপিডিয়াৰ
পৰিসংখ্যা
ৱিকিপিডিয়াৰ
সম্পাদকসকলৰ
পৰিসংখ্যা


ভুৰুকা



Wikipedia Administrator.svg এই সদস্যজন অসমীয়া ৱিকিপিডিয়াৰ এজন প্ৰশাসক। (পৰীক্ষা কৰক)
Noia 64 apps karm.svg এই সদস্যজন ৱিকিপিডিয়াত ১১ বছৰ, ১১ মাহ, আৰু ৭ দিন ধৰি আছে।
26,696+ এইসদস্যজনে বৰ্তমানলৈকে 26,696 সংখ্যকতকৈ অধিক সম্পাদনা কৰিছে। (মুঠ)
ProveIt logo for user boxes.jpg
এই সদস্যজনে ৱিকিপিডিয়াত উদ্ধৃতি প্ৰদান কৰিবলৈ প্ৰুভ ইট্‌ সঁজুলি ব্যৱহাৰ কৰে।
~~~~ This user signs his posts and thinks you should too!
ৱিকিপিডিয়া:HotCat এই সদস্যজনে "শ্ৰেণী" সাল-সলনিৰ বাবে হট কেট সঁজুলি ব্যৱহাৰ কৰে।
<উৎস> এই সদস্যজনে তথ্যসূত্ৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ে।
Original Barnstar.png এই সদস্যজন ৱিকিপ্ৰকল্প ৱিকিপিডিয়া বঁটাসমূহৰ অন্তৰ্ভূক্ত বঁটা প্ৰদান প্ৰকল্পৰ এজন অংশগ্ৰহনকাৰী|
Edit-clear.svg এই সদস্যজন ৱিকিপ্ৰকল্প নিকাকৰণৰ এজন অংশীদাৰ
Translation to Assamese arrow.svg এই সদস্যজন এজন অনুবাদক যিজনে অনুবাদ প্ৰকল্পৰ অধীনত ইংৰাজী ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰে।


মোৰ বিষয়ে


নমস্কাৰ| মোৰ নাম বিষ্ণু শ‍ইকীয়া। বসতি স্থান তেজপুৰ। কৰ্মসুত্ৰে ম‍ই অসম চৰকাৰৰ অধীনস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ চক্ৰ, তেজপুৰ কাৰ্য্যালয়ত কৰ্মৰত। চিৰ চেনেহী মোৰ অসমীয়া ভাষাটোৰ প্ৰসাৰতাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াত যদি অলপ হ’লেও বৰঙনি আগবঢ়াব পাৰো সেয়াই হ’ব মোৰ বাবে এক চৰম আত্মসন্তুষ্টি কিয়নো ম‍ই মোৰ মাতৃভূমিৰ ঋণ কিঞ্চিত হ’লেও পৰিশোধ কৰিব পাৰিছোঁ|


অনান্য


মোৰ_শেনদৃষ্টিৰ_সমল
প্ৰাপ্ত পদক
Tireless Contributor Barnstar.gif অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকে এই ৱিকি-প্রয়াসৰ লগত যুক্ত হৈ থাকিব। প্রভাকৰ শৰ্মা নেওগ 04:47, 23 নভেম্বৰ 2011 (UTC)
Content Creativity Barnstar.png সৃষ্টিকৰ্তাৰ পদক
নিৰবিচ্ছিন্নভাবে নিত্য নতুন প্রবন্ধ লিখি ৱিকিপিডিয়ালৈ দিয়া বিষ্ণু শইকীয়ালৈ আগবঢ়োৱা হ'লপ্রভাকৰ শৰ্মা নেওগ 16:25, 26 ডিচেম্বৰ 2011 (UTC)
Jaapi with Gamosa.jpg এই মাহৰ ৱিকিপিডিয়ান
বিষ্ণু শইকীয়া দা,
অসমীয়া ৱিকিপিডিয়াত যোৱা ৩০ দিনত সৰ্বমুঠ ১৪৩৫টা সম্পাদনাৰে অভিলেখ স্থাপন কৰা বাবে আপোনাক জাপি আৰু গামোছাৰে সন্মান জনালোঁ।

Gitartha.bordoloi 09:09, 29 ডিচেম্বৰ 2011 (UTC)
Team Barnstar Hires.png The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। প্রভাকৰ শৰ্মা নেওগ 02:29, 14 ফেব্ৰুৱাৰী 2012 (UTC)
Working Wikimedian's Barnstar.png The Working Man's Barnstar
বন্ধুবৰ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। প্রভাকৰ শৰ্মা নেওগ 15:10, 20 ফেব্ৰুৱাৰী 2012 (UTC)
Goldenwiki 2.png Golden Barnstar
With much pleasure I award this Golden barnstar for your support in organizing the Tezpur wiki meetup for Assamese wikipedia and for all the excellent efforts you are putting in to build a strong community for Assamese wikipedia. Keep up the good work. Wish you and Assamese wiki community all the best. --Shiju Alex (WMF) 09:56, 21 ফেব্ৰুৱাৰী 2012 (UTC)