বাৰ্তা:অৰিন্দম শৰ্মা
Latest comment: 1 বছৰৰ পূৰ্বে by Assameseboy in topic বিলোপন প্ৰত্যাহ্বান
বিলোপন প্ৰত্যাহ্বান সম্পাদনা কৰক
যিহেতু, উক্ত বিষয়টোৰ ওপৰত তথ্য সংগ্ৰহ আৰু সংযোগ কৰা হৈছে ইতিমধ্যে , গতিকে সেয়া বিলোপনৰ বাবে যোগ্য নহয়।
- তথ্যসুত্ৰ থাকিলেই কোনো ব্যক্তি ৱিকিপিডিয়াৰ প্ৰবন্ধৰ বিষয় হ’ব নোৱাৰে। কোনো ব্যক্তিৰ জীৱনী ৱিকিপিডিয়াত লিখিবলৈ হ’লে ব্যক্তিজন উল্লেখযোগ্য হোৱা প্ৰয়োজন। জীৱিত ব্যক্তিৰ জীৱনী সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাখন পঢ়ি চাব পাৰে। দিব্য দত্ত (বাৰ্তা) 18:44, 21 June 2022 (ইউ.টি.চি.)
ধন্যবাদ। তথ্যবিলাক যিহেতু বহুত বেলেগ বেলেগ সূত্ৰৰ পৰা অনা হৈছিল, সেয়েহে বিলোপন হোৱা অনুচিত। আৰু দুই এক সূত্ৰ সংযোগ কৰা হব। Assameseboy (বাৰ্তা) 19:22, 21 June 2022 (ইউ.টি.চি.)