সদস্য বাৰ্তা:দিব্য দত্ত
সূচী
- 1 সন্মান
- 2 অনুপ্ৰাণিত ৱিকিপিডিয়ান
- 2.1 সাঁচ
- 2.2 সাচৰ অনুবাদ
- 2.3 এপ্ৰিল ২০১৫
- 2.4 ৱিকিপত্ৰিকা সম্পাদকীয়
- 2.5 Templates
- 2.6 Re:চিত্ৰ
- 2.7 এই মাহৰ ৱিকিপিডিয়ান: জুলাই
- 2.8 Categorization
- 2.9 এই মাহৰ ৱিকিপিডিয়ান: অক্টোবৰ
- 2.10 শ্ৰেণী
- 2.11 জীৱবিজ্ঞানৰ ভোটাতৰা পদক
- 2.12 A barnstar for you!
- 2.13 এডিটাথন
- 2.14 অক্লান্ত কৰ্মী পদক
- 2.15 ধন্যবাদ
- 2.16 ৱিকিপিডিয়া চন্দ্ৰলৈ
- 2.17 শুভ নৱবৰ্ষ!
- 2.18 “ৱিকি লাভ্ছ ৱুমেন ২০১৯ - ভাৰত” সম্পাদনা মাৰাথনলৈ আমন্ত্ৰণ
- 2.19 পদক
- 2.20 ডাক
- 2.21 কাৰিকৰী পদক
- 2.22 ফুলকোঁৱৰ পদক
- 2.23 হাবুং
- 2.24 WikiConference India 2020: IRC today
- 2.25 WikiConference India 2020: IRC today
- 2.26 Thank you and Happy Diwali
- 2.27 অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা
- 2.28 broken Gadgets without js remove
সন্মানসম্পাদনা কৰক
অনুপ্ৰাণিত ৱিকিপিডিয়ানঅসমীয়া ৱিকিপিডিয়াত তোমাৰ একাণপতিয়া অৱদান দেখি আমি অভিভূত হৈছোঁ। তোমাৰ নিস্বাৰ্থ অৱদানৰ বাবে এই সামান্য উপহাৰ আগবঢ়ালোঁ" প্রভাকৰ শৰ্মা নেওগ (talk) 09:07, 12 August 2015 (UTC) |
সাঁচসম্পাদনা কৰক
Intricate syntax template আৰু module বিলাক সাৱধানেৰে সম্পাদনা কৰিব দেই! এনেই কৈ থৈছোঁ। গণ্ডগোলীয়া বস্তু। — গীতাৰ্থ বৰদলৈ (talk) 20:34, 10 ছেপ্টেম্বৰ 2014 (UTC)
আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ গীতটো বিশ্ববিদ্যালয়ৰ প্ৰবন্ধটোত সুমুৱাই দিয়া হ'ল যেতিয়া গীতৰ কথাৰ প্ৰবন্ধটো বিলোপন প্ৰত্যাহাৰৰ প্ৰশ্ন নুঠে। — গীতাৰ্থ বৰদলৈ (talk) 20:37, 10 ছেপ্টেম্বৰ 2014 (UTC)
- তলত আপোনাৰ চহী দেখি ওপৰৰ শাৰীটোও আপুনি লিখা বুলি ভাবিছিলোঁ।
সাচৰ অনুবাদসম্পাদনা কৰক
সাঁচবোৰ অনুবাদ কৰোঁতে নামবোৰো অসমীয়া অনুলিপি বা অনুবাদ কৰিছাঁ নেকি? আৰু তোমাৰ ফোন নংটো দিবাঁচোন।
প্রভাকৰ শৰ্মা নেওগ (talk) 09:21, 25 মাৰ্চ 2015 (UTC)
- সাময়িকভাৱে দি লৈছো, পিছত সাঁচৰ ডাটাখিনি ইংৰাজী
{{convert}}, [[module:convert]], [[module:convert/text]], [[module:convert/data]]
লৈ কপি-পেষ্ট কৰিম বুলি ভাবিছোঁ। ফোন নং - 9854769256 দিব্য দত্ত (talk) 10:20, 25 মাৰ্চ 2015 (UTC)
- সাঁচৰ নামবোৰ অসমীয়াকৰন নকৰাই ভাল। মাত্ৰ সাঁচটোৰ কথাখিনি অসমীয়াত থালিকেই হ'ল। প্রভাকৰ শৰ্মা নেওগ (talk) 06:38, 27 মাৰ্চ 2015 (UTC)
এপ্ৰিল ২০১৫সম্পাদনা কৰক
ফেব্ৰুৱাৰীত সম্পাদনা কৰা প্ৰবন্ধ নহয় মাৰ্চত কৰা বুলি আহিব লাগে । হীৰক নয়ন ভূঞা (talk) 19:45, 29 মাৰ্চ 2015 (UTC)
- হয়, ভুল ৰৈ গৈছিল। ধন্যবাদ। দিব্য দত্ত (talk) 20:45, 29 মাৰ্চ 2015 (UTC)
ৱিকিপত্ৰিকা সম্পাদকীয়সম্পাদনা কৰক
ভাষা আন্দোলনৰ কথাটো উল্লেখ নকৰাই ভাল। ভাষা অন্দোলনত শিলচৰতো ১১ জন মৰিছে। সঁচা কথা কবলৈ গলে ভাষা আন্দোলনৰ বাবে আমি অসমীয়া কেইটাহে দায়ী। এইবোৰ স্পৰ্শকাতৰ বিষয়ৰ পৰা আতৰি থাকিব লাগে। প্রভাকৰ শৰ্মা নেওগ (talk) 13:58, 30 জুন 2015 (UTC)
- আঁতৰাই দিলোঁ। দিব্য দত্ত (talk) 14:23, 30 জুন 2015 (UTC)
Templatesসম্পাদনা কৰক
টেম্পলেট বিলাকৰ নামবিলাকো অসমীয়ালৈ অনুবাদ কৰিছানেকি? যেনে কেলেণ্ডাৰ? তেনে কৰিলে বেমেজালি হ'ব পাৰে। কোন কোন টেম্পলেট অনুবাদ কৰিছাঁ লিংক কেইটা দিবাচোন। প্রভাকৰ শৰ্মা নেওগ (talk) 04:56, 8 জুলাই 2015 (UTC)
Re:চিত্ৰসম্পাদনা কৰক
সেইখন ক'ৰবাৰ পৰা সংগ্ৰহ কৰা আছিল! অস ৱিকিৰ পৰাও আঁতৰাই দিব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 06:19, 19 July 2015 (UTC)
এই মাহৰ ৱিকিপিডিয়ান: জুলাইসম্পাদনা কৰক
জলি বৰা (talk) 06:53, 28 July 2015 (UTC)
Categorizationসম্পাদনা কৰক
Lat's not use broad category "শ্ৰেণী:জীৱবিজ্ঞান" for articles like "বৃহদান্ত্ৰ". There are appropriate sub-categories for that. We'll have to move a lot of pages from the "জীৱবিজ্ঞান" category to sub-categories. — গীতাৰ্থ বৰদলৈ (talk) 08:06, 29 July 2015 (UTC)
- OK. জীৱবিজ্ঞানত মুঠ কিমান প্ৰৱন্ধ আছে, সেইটো নিৰ্ণয় কৰিবলৈ সহজ হ'ব বুলি মই টেগটো লগাই গৈছিলোঁ। দিব্য দত্ত (talk) 18:47, 29 July 2015 (UTC)
এই মাহৰ ৱিকিপিডিয়ান: অক্টোবৰসম্পাদনা কৰক
জলি বৰা (talk) 16:26, 2 October 2015 (UTC)
শ্ৰেণীসম্পাদনা কৰক
চলচ্চিত্ৰৰ শ্ৰেণীকেইটাত ইংৰাজী সংখ্যা লিখিলে যে? — গীতাৰ্থ বৰদলৈ (talk) 17:51, 13 October 2015 (ইউ.টি.চি.)
জীৱবিজ্ঞানৰ ভোটাতৰা পদকসম্পাদনা কৰক
![]() |
জীৱবিজ্ঞানৰ ভোটাতৰা | |
জীৱবিজ্ঞান সম্পৰ্কীয় ভালেমান উপযুক্ত প্ৰবন্ধৰে অসমীয়া ৱিকিক চহকী কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালো৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ জলি বৰা (talk) 22:45, 29 October 2015 (ইউ.টি.চি.) |
A barnstar for you!সম্পাদনা কৰক
![]() |
The Asian Month Barnstar |
Thanks for your great contribution in Wikipedia Asian Month 2015! AddisWang (talk) 04:16, 2 December 2015 (ইউ.টি.চি.) |
এডিটাথনসম্পাদনা কৰক
অসমৰ প্ৰবন্ধ তালিকাত "Assam (Orthodox) Logo" আৰু "Muga Silk of Assam (Logo)" বুজি নাপালোঁ। — গীতাৰ্থ বৰদলৈ (talk) 18:14, 27 January 2016 (ইউ.টি.চি.)
- আমি এৰী, মুগা, পাট, অসম চাহ, জহা চাউল, পিঠা এইবোৰ ভৰাই দিব পাৰোঁ।
- অসমৰ এৰী, পাট জহা চাউল, পিঠা আদিয়ে GI মৰ্যাদা পাইছে জানোঁ? অধিকাৰীক ৱেবছাইটত নাপালো। তেজপুৰৰ লেচু আৰু কাৰ্বি আংলংৰ আদায়ে GI মৰ্যদা পাইছে। এই লিংকটো চাবচোন।
-অজয় দাস (বাৰ্তা) 11:13, 29 January 2016 (ইউ.টি.চি.)
অক্লান্ত কৰ্মী পদকসম্পাদনা কৰক
![]() |
অক্লান্ত কৰ্মী পদক | |
ৱিকিপিডিয়া আৰু ৱিকিউৎসত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশা কৰোঁ আপুনি আগলৈও এই প্ৰকল্প দুটাক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিব। — গীতাৰ্থ বৰদলৈ (talk) 18:51, 31 মে' 2016 (ইউ.টি.চি.) |
ধন্যবাদসম্পাদনা কৰক
"অক্টোবৰ মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে মোক বিভূষিত কৰা বাবে ধন্যবাদ। আগলৈও ৱিকিত অৱদান আগবঢ়াই যাবলৈ চেষ্টা কৰিম। চাণক্য কুমাৰ দাস (talk) 13:04, 26 October 2016 (ইউ.টি.চি.)
ৱিকিপিডিয়া চন্দ্ৰলৈসম্পাদনা কৰক
আন আন প্ৰবন্ধৰ লগতে মোৰ সত্য সাই বাবা, বিজ্ঞানৰ দৰ্শন, ছি জিনপিং, বাহাই ধৰ্ম আদি প্ৰবন্ধকেইটাও নিৰ্বাচিত প্ৰবন্ধলৈ উন্নীত কৰিবলৈ অনুৰোধ জনালো । IKHazarika (talk) 05:32, 29 October 2016 (ইউ.টি.চি.)
আৰ্তিকল ফিচাৰ কৰা কাৰ্যসম্পাদনা কৰক
মই বিষ্ণু শইকিয়া চাৰক শুধিছিলো, আপোনাক ক'বলৈ ক'লে আৰু নিজেই কৰি ল'ব পাৰিম বুলি ক'লে। মই মোৰ কেইটামান কৰিলো, আপুনি সেইকেইটাৰ লগতে আন আন প্ৰবন্ধ চাবলৈ অনুৰোধ কৰিলো। সময় পাৰ হ'ল যদিও মেতাত এতিয়ালৈকে পেজ আপদেত হোৱা নাই। IKHazarika (talk) 16:20, 3 November 2016 (ইউ.টি.চি.)
অল এফেসম্পাদনা কৰক
ৱিকিডেটাত আপডেট কৰিলে হ'ব যেন পইছো, মোৰ কেইটা আহিলে, টেগ লগাই অসমীয়া ৱিকিপিডিয়াৰ ফিচাৰ্ড আৰ্টিকল লিষ্টত যোগ কৰি ৱিকিডেটাত আপডেট কৰিছিলো তথ্য মোঅওৰ প্ৰবন্ধকেIটাৰ। অপুনি আপোনাৰ কেইটা নাই হোৱা বুলি কোৱাত মই মই ফিচাৰ্ড আৰ্তিকলৰ অসমীয়া লিষ্টখন আপডেট কৰিলো পিচে এতিয়াও আপদেত হোৱা নাই, ৱিকিদেতাত পৃষ্ঠাকেইখনৰ বেজ ফিচাৰ্ড আৰ্তিকলৰ কৰি চাও। হ'ব লাগ্এeএ IKHazarika (talk) 08:42, 5 November 2016 (ইউ.টি.চি.)
শুভ নৱবৰ্ষ!সম্পাদনা কৰক
Thanks for your contributions to Wikipedia, and a Happy New Year to you and yours!
- – Send New Year cheer by adding {{subst:Happy New Year}} to user talk pages.
“ৱিকি লাভ্ছ ৱুমেন ২০১৯ - ভাৰত” সম্পাদনা মাৰাথনলৈ আমন্ত্ৰণসম্পাদনা কৰক
নমস্কাৰ,
অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।
এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!
বিতংকৈ জানিবলৈ:
ৱিকিপিডিয়া:ৱিকি লাভ্ছ ৱুমেন ২০১৯
--MediaWiki message delivery (talk) 16:53, 11 February 2019 (ইউ.টি.চি.)
পদকসম্পাদনা কৰক
![]() |
ফটোগ্ৰাফাৰৰ পদক | |
যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহৰ বাবে উপযোগী বহুতো মূল্যৱান চিত্ৰ যোগ দি আপুনি আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে এই পদক প্ৰদান কৰিলো৷ আগলৈকে একেই উৎসাহেৰে কাম কৰি যাব বুলি আশা ৰাখিছোঁ৷-- জলি বৰা (talk) 17:40, 31 March 2019 (ইউ.টি.চি.) |
ডাকসম্পাদনা কৰক
ডাকৰ বচনৰ লগত অসমীয়া জাতীয় জীৱনৰ সম্বন্ধ গভীৰ। সেয়ে কোৱা হয়— ডাকৰ বচন অসমীয়া জন-জীৱনৰ ব্যৱহাৰিক জ্ঞানৰ এখন মৌখিক কোষ, ‘ডাকৰ বচন বেদৰ বাণী’। ভাৰতীয় মানুহৰ দৃষ্টিত বেদ-বাক্যৰ মূল্য যিমান, অসমীয়া জনজীৱনতো ডাকৰ বচনৰ মূল্য সিমান। ডাকৰ বচনৰ শিক্ষা বাস্তৱ জীৱনৰ শিক্ষা। উল্লেখযোগ্য যে ডাকৰ বচনসমূহ কেৱল অসমতেই নহয় বংগদেশ, বিহাৰ আদি ঠাইতো প্ৰচলিত। ডাক এজন মানুহ নে ডাকৰ বচন নিৰ্ব্যক্তিক ৰচনা সেই বিষয়েও মতভেদ আছে।
কাৰিকৰী পদকসম্পাদনা কৰক
![]() |
কাৰিকৰী বিশেষজ্ঞ পদক | |
'অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-
অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ_ |
ফুলকোঁৱৰ পদকসম্পাদনা কৰক
![]() |
ফুলকোঁৱৰ পদক | |
ফুল সম্পৰ্কীয় ভালেমান উপযুক্ত প্ৰবন্ধৰে অসমীয়া ৱিকিক চহকী কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অজয় দাস (বাৰ্তা) 11:37, 21 June 2019 (ইউ.টি.চি.) |
হাবুংসম্পাদনা কৰক
হাবুং প্ৰবন্ধটো Administrator review হোৱা নাই নেকি? যদি কিবা উন্নত / শুধৰণি কৰিব লাগিয়া আছে জনাব। ইংৰাজী ৱিকিপিডিয়াত লিখি প্ৰায় সম্পূৰ্ণ হৈছে অসমীয়া ৱিকিপিডিয়াত admin ৰ review খিনি হোৱা নাই চাগে।--সম্পাদক খিলঞ্জীয়া (talk) 02:48, 29 June 2019 (ইউ.টি.চি.)
- ৰিভিউ হ’ল, কি সমস্যা হৈছে বাৰু! দিব্য দত্ত (বাৰ্তা) 09:46, 29 June 2019 (ইউ.টি.চি.)
WikiConference India 2020: IRC todayসম্পাদনা কৰক
{{subst:WCI2020-IRC (Oct 2019)}} MediaWiki message delivery (talk) 05:27, 20 October 2019 (ইউ.টি.চি.)
WikiConference India 2020: IRC todayসম্পাদনা কৰক
Greetings, thanks for taking part in the initial conversation around the proposal for WikiConference India 2020 in Hyderabad. Firstly, we are happy to share the news that there has been a very good positive response from individual Wikimedians. Also there have been community-wide discussions on local Village Pumps on various languages. Several of these discussions have reached consensus, and supported the initiative. To conclude this initial conversation and formalise the consensus, an IRC is being hosted today evening. We can clear any concerns/doubts that we have during the IRC. Looking forward to your participation.
The details of the IRC are
- Timings and Date: 6:00 pm IST (12:30 pm UTC) on 20 August 2019
- Website: https://webchat.freenode.net/
- Channel: #wci
Note: Initially, all the users who have engaged on WikiConference India 2020: Initial conversations page or its talk page were added to the WCI2020 notification list. Members of this list will receive regular updates regarding WCI2020. If you would like to opt-out or change the target page, please do so on this page.
This message is being sent again because template substitution failed on non-Meta-Wiki Wikis. Sorry for the inconvenience. MediaWiki message delivery (talk) 05:58, 20 October 2019 (ইউ.টি.চি.)
Thank you and Happy Diwaliসম্পাদনা কৰক
![]() |
![]() ![]() | |
অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাসম্পাদনা কৰক
দিব্য দা, ৱিকিপিডিয়া:অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাত নিজাকৈ প্ৰবন্ধ সংযোগ নকৰিব। এই তালিকাখন মেটা ৱিকিৰ (m:List of articles every Wikipedia should have) পৰা লোৱা হৈছে। ইয়াত ১০০০ টা প্ৰবন্ধ আছে। তাতকৈ বেছি হ'ব নোৱাৰে। --SlowPhoton (talk) 12:18, 31 October 2019 (ইউ.টি.চি.)
- ok দিব্য দত্ত (বাৰ্তা) 12:28, 31 October 2019 (ইউ.টি.চি.)
broken Gadgets without js removeসম্পাদনা কৰক
Hello I have see this Wiki has broken Gadgets বিশেষ:গেজেটসমূহ, please create the js Files or remove the Gadgets from the Gadget-definition.--WikiBayer (talk) 10:30, 14 November 2019 (ইউ.টি.চি.)