নামৰ বানান সম্পাদনা কৰক

@Jogesh 69:, ইংৰাজীত যিহেতু নামটো Akarsh বুলি লিখা হয়, (হিন্দীতো সম্ভৱতঃ आकर्ष), সেয়েহে এই জীৱনীমূলক প্ৰবন্ধটোত আকৰ্ষ বানানটোকে ৰখা ভাল হ'ব। আকৰ্চলৈ পুনঃনিৰ্দেশ কৰাৰ কোনো যুক্তি মই দেখা নাই। বাবুল বৈশ্য (বাৰ্তা) 02:17, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

হৈ আপোনাৰ কথা বুজি পালু। আপুনি পৃষ্ঠা টো move কৰাব পাৰে Jogesh 69 (বাৰ্তা) 05:42, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

User:বাবুল বৈশ্য Jogesh 69 (বাৰ্তা) 05:52, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

"আকৰ্ষ খুৰানা" পৃষ্ঠালৈ উভতি যাওক।