আকৰ্চ খুৰানা সম্পাদনা কৰক

আপুনি আকৰ্চ খুৰানা নামৰ অৰ্থহীন পৃষ্ঠাটো কিয় সৃষ্টি কৰি আছে। অসম শব্দটো হিন্দীত "অচম" বুলি উচ্চাৰণ কৰে, তেনে কি অচম বুলিও পৃষ্ঠা সৃষ্টি কৰিব লাগিব নেকি! দিব্য দত্ত  (বাৰ্তা) 14:07, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

সদস্য:দিব্য দত্ত, চাওক মৈ আকৰ্চ খুৰানা পৃষ্ঠা টোক আকৰ্ষ খুৰানা লৈ move কৰি চিলু নাম ভুল হোৱাৰ বাবে। কিন্তু কিবা ভুল হোৱাৰ বাবে redirectটো সৃষ্টি নহ'ল। সেই কাৰণে মই বেলেগ কে আকৰ্চ খুৰানা নামেৰে পৃষ্ঠা বনাই‌ ভুল সুধৰাবলৈ চেষ্টা কৰিছিলোঁ। Jogesh 69 (বাৰ্তা) 16:01, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

বুজিলোঁ, ধন্যবাদ! দিব্য দত্ত  (বাৰ্তা) 16:12, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

আপোনাৰ লগত এটা কাম আছিলে। ইংৰাজীত কথা পাতিব পাৰিম নে? সদস্য:দিব্য দত্ত Jogesh 69 (বাৰ্তা) 16:16, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ok দিব্য দত্ত  (বাৰ্তা) 16:18, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

সদস্য:দিব্য দত্ত, এটা পৃষ্ঠাত Short description or Central descriptionটো কেনেকৈ add কৰিব লাগে? মোক সহায় কৰি দিব নেকি। Jogesh 69 (বাৰ্তা) 16:21, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

{{Short description|চমু বৰ্ণনা ইয়াত লিখক}} এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে, নাইবা {{about|প্ৰবন্ধটোৰ বিষয়ে ইয়াত লিখক}} ব্যৱহাৰ কৰিব পাৰে। দিব্য দত্ত  (বাৰ্তা) 16:33, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Thanks for giving such a valuable information. How to create a list article in Assamese Wikipedia?. I am asking too much questions, I hope you will not mind it. Jogesh 69 (বাৰ্তা) 16:39, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

you can see here. দিব্য দত্ত  (বাৰ্তা) 16:52, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

অভিনেতা প্ৰবন্ধ সংক্ৰান্তত সম্পাদনা কৰক

ইমান দ্ৰুত গতিত আপুনি অসমীয়া ৱিকিত সম্পাদনা কৰিবলৈ লাগি গৈছে যে আপোনাৰ ওপৰত মোৰ সন্দেহ হ'ল। আপোনাৰ পাৰদৰ্শিতা পৰীক্ষা কৰি চাওঁ বুলি আপুনি সৃষ্টি কৰা অভিনেতা প্ৰবন্ধটোত চকু ফুৰাই চালো। দেখিলো যে এটাও দাঢ়ি কমা সলনি নকৰাকৈ বিং ট্ৰেঞ্চলেটৰৰ সহায়ত মাথোঁ কপি-পেষ্ট কৰি গৈছে। মোৰ বাৰ্তা পৃষ্ঠাত দুটামান বাক্যৰ এটা বাৰ্তা লিখিছে, তাত শব্দসংখ্যাতকৈও ভুলৰ পৰিমাণ বেছি। আপুনি এটা অসমীয়া বাক্য শুদ্ধকৈ লিখিব নোৱাৰে, অথচ আপোনাক অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক হ'বলৈ লাগে। অনুগ্ৰহ কৰি এনে ওলোটা-ওভোতা কামত জড়িত হোৱাতকৈ অন্য কামত লাগক। আপোনাৰ লাভ হ'ব। আপোনাৰ উপস্থিতিয়ে অসমীয়া ৱিকিপিডিয়াৰ ক্ষতিহে কৰিব। বাবুল বৈশ্য (বাৰ্তা) 17:51, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

সদস্য:Babulbaishya, আপুনি যানে চাকে যে মৈ New Commer বুলি। আপুনি মোক সহায় কৰাৰ সলনি মোৰ আত্মবিশ্বাস হ্ৰাস কৰিবলৈ চেষ্টা কৰিলে। মই অসমৰ প্ৰাক্তন ডিজিপি কুলধৰ চইকিয়া দেবৰ কথাৰ দ্বাৰা প্ৰেৰিত হৈ আহিছিলো অসমীয়া সংস্কৃতিক আগ বঢ়াবলৈ, এতিয়া যাও আৰু। কিন্তু আজি গম পালো যে কেলে Assamese Wikipedia পিচ পৰী আছে। আৰু আন Wikipediaত কৈ কেলে কম‌ editor আচে। Jogesh 69 (বাৰ্তা) 18:13, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

সদস্য:Babulbaishya, আপুনি Wikipedia প্ৰশাসক, যানে চাকে WP:BITE,ৰ বিষয়ে। হ'লেও দি যাও। Jogesh 69 (বাৰ্তা) 18:19, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

মহোদয় আপুনি লিখা বানানৰ নমুনা কিছু: "চাকে-চাগৈ", "চইকিয়া- শইকীয়া", "দেব-দেৱ", "যাও- যাওঁ", "পিচ পৰী- পিছপৰি", "আচে- আছে।" গতিকে ভাৱক আপুনি কিমান সাংঘাতিক সহায় কৰিবলৈ চেষ্টা কৰিছে। ভাষা জ্ঞান নাথাকিলে আপুনি "new Commer"ৰহে নালাগে পুৰণি কামাৰ হ'লেও লাভ নাই, ইয়াত অভিযোগ তুলি লাভ একো নহয়। কমেই থাকক, যি আছে অন্ততঃ শুদ্ধ ৰূপত থাকটোহে কাম্য। -Nayan j Nath (বাৰ্তা) 18:24, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
ৱিকিয়ে যান্ত্ৰিক অনুবাদক উৎসাহিত নকৰে। ইমানে যদি আপোনাৰ অসমীয়া ৱিকিলৈ চেনেহ, তেন্তে যান্ত্ৰিক অনুবাদেৰে প্ৰবন্ধ সৃষ্টি কৰাতকৈ অন্যান্য কাৰিকৰী কামত জড়িত হওক। তাৰপিছত ভাষাটো ভালকৈ শিকক আৰু অনুবাদৰ কামত লাগক। সদস্য এগৰাকী নবাগতই হওক বা পুৰণিয়ে হওক, তেওঁ যদি vandalism-ত জড়িত হয়, তেওঁক নিষিদ্ধ কৰাও হ’ব পাৰে।বাবুল বৈশ্য (বাৰ্তা) 18:37, 8 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

WikiConference India 2023: Program submissions and Scholarships form are now open সম্পাদনা কৰক

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline সম্পাদনা কৰক

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

On Behalf of, WCI 2023 Core organizing team.