"আহোম ভাষা" বুলি কিবা ভাষা আছে জানো? টাই ভাষাহে আছে? গীতাৰ্থ বৰদলৈ 18:48, 24 ফেব্ৰুৱাৰী 2012 (UTC)

নাইতো, জানো কোনে লিখিছে এইটো| টাই ভাষালৈ নিব পাৰি নেকি চাবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:09, 24 ফেব্ৰুৱাৰী 2012 (UTC)
টাই ভাষা বহুকেইটা ভাষাৰ 'কালেক্টিভ' নামহে (যেনে ভাৰতীয় ভাষা)। ইংৰাজী ৱিকিপিডিয়াতো এই বিষয়ে আছে। গতিকে প্ৰৱন্ধটো পুনৰ সৃষ্টি কৰিলো।--চন্দন চিৰিং ফুকন (talk) 06:13, 5 February 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক
"আহোম ভাষা" পৃষ্ঠালৈ উভতি যাওক।