বাৰ্তা:আৰ্জেন ৰ'বেন
ইং ৱিকিৰ মতে তেওঁৰ নামৰ ডাচ্চ উচ্চাৰণ "আৰ্জেন ৰ'বেন'হে। — গীতাৰ্থ বৰদলৈ (talk) 08:16, 19 জুন 2014 (UTC)
- মই অসমীয়া বাতৰিকাকতত "আৰিয়েন" বুলি পাইছিলো, যোৱাকালি অষ্ট্ৰেলিয়া বনাম হলেণ্ড খেলখনত আৰয়ান/আৰিয়েন বুলি ধাৰাভাষ্যকাৰ জনে কোৱা যেন অনুমান হ'ল। এই লিংটো চাবচোন। Saidul Islam 08:48, 19 জুন 2014 (UTC)
- ইং ৱিকিত দিয়া আই পি এ আৰু উচ্চাৰণৰ ফাইলটো চোৱাচোন। সেইটো অনুসৰণ কৰাই উচিত হ'ব। ধাৰভাষ্যকাৰক বিশ্বাস কৰিব নোৱাৰি। তেওঁলোকে স্থানীয় উচ্চাৰণ নকয়। 'Mexico'-ৰ স্থানীয় উচ্চাৰণ মেসিক', কিন্তু তেওঁলোকে মেক্সিক' বুলিহে কয়। — গীতাৰ্থ বৰদলৈ (talk) 10:58, 19 জুন 2014 (UTC)
- ঠিক কৰিলো Saidul Islam 12:25, 19 জুন 2014 (UTC)
আৰ্জেন ৰ'বেনৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন আৰ্জেন ৰ'বেনক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।