বিলোপন প্ৰত্যাহ্বান

সম্পাদনা কৰক

এইটো এগৰাকী নতুন সম্পাদকে সৃষ্টি কৰা প্ৰৱন্ধ। প্ৰৱন্ধটো তেওঁ ভুলবশত: আলোচনা পৃষ্ঠাত যোগ কৰাৰ বাবে মূল পৃষ্ঠালৈ নিলোঁ। কিন্তু প্ৰৱন্ধটো ক্ষিপ্ৰ বিলোপনৰ মাপকাঠিত নপৰে। ইয়াৰ সপক্ষে দিয়া কাৰণটোও (Out of project scope) এই প্ৰৱন্ধত প্ৰযোজ্য নহয় বুলি ভাৱোঁ। অন্য কিবা কাৰণ থাকিলে এই পৃষ্ঠাতে যোগ দিবলৈ অনুৰোধ কৰিছোঁ। নহ'লে এই বাৰ্তাৰ সাত দিনৰ পিছত এই টেগ প্ৰৱন্ধটোৰ পৰা আঁতৰাই দিয়া হ'ব। -- Joli Rumi (বাৰ্তা) 23:28, 10 October 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰয়োজনীয় সালসলনি কৰি দিয়া হ’ল। অনুগ্ৰহ কৰি বিলোপনৰ টেগ আঁতৰাই দিয়ক। Pranamikaadhikary (বাৰ্তা) 18:19, 15 October 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
"ইৰাৱতী কাৰ্ৱে" পৃষ্ঠালৈ উভতি যাওক।