ৱিকিসভা পদক

সম্পাদনা কৰক
 
ৱিকিডাটা পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিমিডিয়া সমাজৰ মাহিলী অনলাইন ৱিকিসভাসমূহ নিয়মীয়াভাৱে পৰিচালনা কৰি আপুনি যি অৱদান আগবঢ়াইছে সেয়া অতুলনীয়। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -Chandan Chiring Phukon Chat 03:03, 22 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
ধন্যবাদ, চন্দন :)

পোখালি উদ্ধাৰকাৰী পদক

সম্পাদনা কৰক
 
পোখালি উদ্ধাৰকাৰী পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ পোখালি প্ৰবন্ধসমূহ নিয়মীয়াভাৱে পৰিচৰ্যা কৰাত আগভাগ লৈ আপুনি যি অৱদান আগবঢ়াইছে সেয়া প্ৰশংসাৰ যোগ্য। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -চন্দন চিৰিং ফুকন বাৰ্তা 07:27, 21 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

বহুত ধন্যবাদ, চন্দন! --Joli Rumi (বাৰ্তা) 16:46, 21 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

কৰ্মশালাৰ সোণালী পদক

সম্পাদনা কৰক
 
কৰ্মশালাৰ সোণালী পদক
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ জুন মাহত গ্ৰীণ হাবৰ সৈতে সহযোগিতামূলকভাৱে হোৱা ৱিকিমিডিয়া কমন্সৰ অনলাইন কৰ্মশালা আৰু অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত অসমীয়া ৱিকিপ্ৰকল্পৰ অনলাইন কৰ্মশালাত সমল ব্যক্তি হিচাপে আপুনি যি সক্ৰিয় সহযোগিতা আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰঋণী । ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

--অশেষ ধন্যবাদ! Joli Rumi (বাৰ্তা) 13:50, 25 June 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

এছিয়ান মাহৰ সহযোগী

সম্পাদনা কৰক
  এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

বৰ্তমান ৱিকিপিডিয়াত চলি থকা এছিয়ান মাহ ২০২৩ এডিটাথনত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -অসমীয়া ৱিকিমিডিয়া সমাজ

Organising Feminism and Folklore

সম্পাদনা কৰক
 

Hello Community Organizers,

Thank you for organising Feminism and Folklore writing competition on your wiki. We congratulate you in joining and celebrating our cultural heritage and promoting gender equality on Wikipedia.

To encourage boost for the contributions of the participants, we're offering prizes for Feminism and Folklore local prizes. Each Wikipedia will have three local winners:

  • First Prize: $15 USD
  • Second Prize: $10 USD
  • Best Jury Article: $5 USD

All this will be in gift voucher format only. Kindly inform your local community regarding these prizes and post them on the local project page

The Best Jury Article will be chosen by the jury based on how unique the article is aligned with the theme. The jury will review all submissions and decide the winner together, making sure it's fair. These articles will also be featured on our social media handles.

We're also providing internet and childcare support to the first 50 organizers and Jury members for who request for it. Remember, only 50 organizers will get this support, and it's given on a first-come, first-served basis. The registration form will close after 50 registrations, and the deadline is March 15, 2024. This support is optional and not compulsory, so if you're interested, fill out the form here.

Each organizer/jury who gets support will receive $30 USD in gift voucher format, even if they're involved in more than one wiki. No dual support will be provided if you have signed up in more than one language. This support is meant to appreciate your volunteer support for the contest.

We also invite all organizers and jury members to join us for office hours on Saturday, March 2, 2024. This session will help you understand the jury process for both contests and give you a chance to ask questions. More details are on meta page.

Let's celebrate our different cultures and work towards gender equality on Wikipedia!

Best regards,

Rockpeterson

MediaWiki message delivery (বাৰ্তা) 05:56, 29 February 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

আঁতৰোৱা হৈছে সাঁচ:Main Page interwikis

সম্পাদনা কৰক

@Joli Rumi, অনুগ্ৰহ কৰি সেই পুনঃনিৰ্দেশিত পৃষ্ঠাটো আঁতৰাওক কাৰণ ৱিকিপিডিয়া:ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী#G8. ধন্যবাদ. 36.76.5.198 18:09, 1 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিচাৰক পদক

সম্পাদনা কৰক
  বিচাৰক পদক
হে ৱিকিসতীৰ্থ, বৰ্তমান ৱিকিপিডিয়াত চলি থকা নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ প্ৰবন্ধ লিখন প্ৰতিযোগিতাখনক নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে যি নিৰপেক্ষ দায়িত্ব পালন কৰিছে আৰু গঠনমূলক পৰামৰ্শৰে প্ৰতিযোগী সকলৰ উৎসাহ বৃদ্ধিত যি অৱদান আগবঢ়ালে, সেইসমূহৰ কৃতজ্ঞতা স্বৰূপে আয়োজক হিচাপে আপোনালোকলৈ এই সামান্য পদক এটি আগবঢ়ালো। -অসমীয়া ৱিকিমিডিয়া সমাজ

অশেষ ধন্যবাদ! --Joli Rumi (বাৰ্তা) 15:14, 29 March 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

কৃতজ্ঞতা আৰু অভিনন্দন

সম্পাদনা কৰক
  কৃতজ্ঞতা আৰু অভিনন্দন

“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ”

প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থানীয়ভাৱে নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ আয়োজন কৰিছিল৷ আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে, সম্পাদনা-মেলাখনত অসমীয়া ৱিকিপিডিয়াৰ ১৩ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি ৫৪৬টা ভিন্ন বৈশিষ্ট্যৰ প্ৰবন্ধ সংযোজন কৰে৷ এইসমূহ প্ৰবন্ধই ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথাৰ সমল বৃদ্ধি কৰাৰ লগতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ স্থিতিও সন্দেহাতীতভাৱে শক্তিশালী কৰিব৷ ইয়াৰ আঁৰতেই আছে আপোনালোকৰ দৰে নিষ্ঠাৱান স্বেচ্ছাসেৱকৰ নিৰৱচ্ছিন্ন অংশগ্ৰহণ আৰু সক্ৰিয় বৰঙণি৷

প্ৰিয় সুহৃদ, সম্পাদনা-মেলাত অংশ লৈ প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ'ব৷ পৰৱৰ্তী সময়তো আপোনাৰ সক্ৰিয়তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ৷ অভিনন্দন!! -অসমীয়া ৱিকিমিডিয়া সমাজ

মাহিলী ৱিকিসভাৰ পথ-প্ৰদৰ্শকৰ পদক

সম্পাদনা কৰক
 
পথ প্ৰদৰ্শকৰ পদক

শ্ৰদ্ধাৰ জলি বা, অসমীয়া ৱিকিমিডিয়া সমাজে মাহটোত সম্পন্ন কৰা বিভিন্ন কাম, কৰ্ম-খতিয়ান আৰু বিভিন্ন প্ৰকল্পত স্বেচ্ছাসেৱকসকলৰ বৰঙণি আদিকে ধৰি একাধিক বিষয়ৰ আলোচনা কৰিবলৈ প্ৰতি মাহে মাহিলী ৱিকিসভাৰ আয়োজন কৰি আহিছে৷ এই সভালৈ সময়ে-সময়ে অন্য ভাষাৰ বিশিষ্ট ৱিকিমিডিয়ানৰো আগমন ঘটিছে আৰু তেখেতসকলৰ লগত অসমীয়া ৱিকিমিডিয়াই নিজৰ চিন্তা আৰু ধাৰণা ভগাই লোৱাৰ সুযোগ-সুবিধা পাইছে৷ এইখন মাহিলী সভাতেই আমি আমাৰ ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও কথা পাতোঁ৷ সভাখন নিয়াৰিকৈ চলাই নিয়া, প্ৰতিগৰাকী স্বেচ্ছাসেৱকলৰ লগত সুসমন্বয় গঢ়ি তোলা, বিষয়সমূহৰ তত্ত্বাৱধান কৰা আৰু অন্য ভাষাৰ ৱিকিমিডিয়ানসকলৰ লগত পৰিশীলিত কথোপকথনত অংশগ্ৰহণ কৰা ইত্যাদি একাধিক গুৰুত্বপূৰ্ণ বিষয়ত আপুনি সক্ৰিয়তাৰে বিগত সময়ছোৱাত আগ-ভাগ লৈ আহিছে৷ মাহিলী ৱিকিসভাৰ মুখ্য তত্ত্বাৱধায়ক আৰু সমন্বয়ক হিচাপে আপোনাৰ এই বৰঙণি প্ৰশংসনীয়৷ সভাসমূহত এগৰাকী পথ-প্ৰদৰ্শকৰ ভূমিকা লোৱা হেতুকে আপোনালৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা "পথ প্ৰদৰ্শকৰ পদক"টি আগবঢ়োৱা হৈছে৷ আশা কৰোঁ, পৰৱৰ্তী সময়তো আপুনি মাহিলী ৱিকিসভাৰ কাৰ্যক্ৰমণিকাসমূহ সানন্দেৰে চলাই নিব৷ অশেষ ধন্যবাদ৷ - অসমীয়া ৱিকিমিডিয়া সমাজ

অশেষ ধন্যবাদ!--Joli Rumi (বাৰ্তা) 16:08, 1 April 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

মুখ্য মেলুৱৈ পদক

সম্পাদনা কৰক
  মুখ্য মেলুৱৈ পদক
মৰমৰ জলী, অসমীয়া ৱিকিমিডিয়াৰ মাহেকীয়া অনলাইন সভাত তুমি নিৰন্তৰভাৱে গুৰি ধৰি অসমীয়া সম্প্ৰদায়ৰ কাম-কাজৰ খতিয়ান দিয়া-লোৱাৰ ব্যৱস্থাৰে সদস্যসকলক অনুপ্ৰাণিত হোৱাৰ সুযোগ দিছা৷ সেয়ে, মৰমৰ চিনস্বৰূপে অসমীয়া ৱিকিসমাজৰ হৈ তোমালৈ এই পদকটি আগবঢ়ালোঁ৷ সুস্বাস্থ্য কামনা কৰিলোঁ। -Pranamikaadhikary (বাৰ্তা) 16:24, 28 July 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

-অশেষ ধন্যবাদ প্ৰণামিকাবা! আপোনালোক সকলোৰে সহায়-সহযোগিতা আৰু উদ্যমেই সভাখনৰ গতি অব্যাহত ৰাখিছে। তাৰবাবে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।

এছিয়ান মাহৰ সহযোগী

সম্পাদনা কৰক
  এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়াই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাত আগভাগ লোৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। আশা কৰোঁ এইবেলিৰ দৰে অহাবছৰো এইখিনি সময় আপুনি আমাৰ সৈতে সাহস হৈ থাকিব। ধন্যবাদেৰে,
অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ,
ৰুমি বৰা
প্ৰাণজ্যোতি নাথ
চাণক্য কুমাৰ দাস

চাণক্য (বাৰ্তা) 13:13, 15 December 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক