উচ্চাৰণটো ম‌ই শুনা নাই, কিন্তু উপ্‌চেলাইট হ'ব বুলিয়েই মোৰ ধাৰণা। অসমীয়াত উপচেলাইট বুলি লিখিলে ইংৰাজীত Sub-salite যেন লাগিব! — গীতাৰ্থ বৰদলৈ (talk) 10:02, 19 আগষ্ট 2013 (UTC)


ঠিকেই, আচলতে বিশ্ববিদ্যালয়খনৰ নামটো প্ৰায় উপ্‌চেলা (Uppsala) হিচাপেই উচ্চাৰিত হয়। প্ৰণৱ জ্যোতি ভূঞা 10:12, 19 আগষ্ট 2013 (UTC)

"উপ্‌চেলাইট" পৃষ্ঠালৈ উভতি যাওক।