ইংৰাজী All Fools' Day অসমীয়াত সকলো মূৰ্খৰ দিন বুলি কোৱা ঠিক জানো? Fool মানে মুর্খ যদিও এই সন্দর্ভত বুর্বক বা তাৰ সমার্থক কোনো শব্দহে উপযুক্ত হ'ব। আৰু সকলোৰ ঠাইত সর্ব ব্যবহাৰ কৰিলে কেনেকুৱা হ'ব? - সদস্য:Emakalam

মূৰ্খসকলৰ দিন/দিবসো বুলিব পাৰি প্রভাকৰ শৰ্মা নেওগ (talk) 14:55, 6 এপ্ৰিল 2014 (UTC)

"এপ্ৰিল ফুল দিৱস" পৃষ্ঠালৈ উভতি যাওক।