বাৰ্তা:এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰ
এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰ নামটো এলগৰিথম আৰু ডাটা ষ্ট্ৰাকচাৰ হ’লেহে ভাল হ’ব নেকি? আমি অসমীয়াত সাধাৰণতে এনেকৈয়েই উচ্ছাৰণ কৰোঁ। দীপাংকৰ চেতিয়া? 09:48, 2 ডিচেম্বৰ 2013 (UTC)
- "ডে'টা" বা "ডেইটা" শুদ্ধ। ডিক্সনেৰী ডট্ কমত "ডাটা"ও পালোঁ। সেইটো পুনঃনিৰ্দেশ কৰি দিব পাৰি। — গীতাৰ্থ বৰদলৈ (talk) 17:23, 2 ডিচেম্বৰ 2013 (UTC)
এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।