বাৰ্তা:এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰ

এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰ নামটো এলগৰিথম আৰু ডাটা ষ্ট্ৰাকচাৰ হ’লেহে ভাল হ’ব নেকি? আমি অসমীয়াত সাধাৰণতে এনেকৈয়েই উচ্ছাৰণ কৰোঁ। দীপাংকৰ চেতিয়া? 09:48, 2 ডিচেম্বৰ 2013 (UTC)

"ডে'টা" বা "ডেইটা" শুদ্ধ। ডিক্সনেৰী ডট্‌ কমত "ডাটা"ও পালোঁ। সেইটো পুনঃনিৰ্দেশ কৰি দিব পাৰি। — গীতাৰ্থ বৰদলৈ (talk) 17:23, 2 ডিচেম্বৰ 2013 (UTC)
"এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰ" পৃষ্ঠালৈ উভতি যাওক।