তথ্য সূত্ৰত ৰেফাৰেন্সৰ উল্লেখ আছে। উদ্দীপতালুকদাৰ 14:22, 25 ফেব্ৰুৱাৰী 2012 (UTC)

হয়, দেখিছো, কিন্তু গঠন পক্ৰিয়াটো ঠিক কৰিব লাগিব| অৰ্থাত্ কোন ঠাইত কোনটো উত্স সেয়া দিয়া হোৱা নাই| আৰু দুটামান উত্স দিব পাৰিলে ভাল হয় লগতে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:53, 25 ফেব্ৰুৱাৰী 2012 (UTC)
এনেকুৱা প্ৰবন্ধত refimprove বা more footnotes জাননীহে লগাব লাগে। গীতাৰ্থ বৰদলৈ 18:15, 25 ফেব্ৰুৱাৰী 2012 (UTC)
ৰেফাৰেঞ্চৰ ৰূপত যোগ কৰা হ’ল| এতিয়া চাই লৈ কোৱাচোন বাৰু? ৰেফাৰেঞ্চটো ম‍ই ক’ত দিম? উপাই নাপাই শেষতে লগাই থলো| এনেকুৱা ৰেফাৰেঞ্চ দিলে অসুবিধা হয়| সেয়ে নাই বুলি লিখা হৈছিল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:13, 25 ফেব্ৰুৱাৰী 2012 (UTC)
"ওজাপালি" পৃষ্ঠালৈ উভতি যাওক।