বাৰ্তা:কমলাকান্ত ভট্টাচাৰ্য্য

অগ্নিকবি কমলা কান্ত ভট্টাচার্য্যৰ জন্মৰ তাৰিখ দুটা হৈ আছে। বিৱৰণত ৫২/৫৩ চন আৰু ফটোৰ লগত ৫৫/৫৬ হৈ আছে।দুয়োটা মিলা নাই।গতিকে শুদ্ধ কৰি দিব।--দ্বিজেন মহন্ত 04:53, 5 ডিচেম্বৰ 2011 (UTC)

সঠিক জন্মচনটো জনা নাযায়। বিৱৰণত আটাইকেইটা লিখা আছে। Gitartha.bordoloi 08:09, 5 ডিচেম্বৰ 2011 (UTC)

কমলাকান্ত ভট্টাচাৰ্য্যৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক
"কমলাকান্ত ভট্টাচাৰ্য্য" পৃষ্ঠালৈ উভতি যাওক।