বাৰ্তা:কৃষ্ণা দাশগুপ্ত

Latest comment: 3 বছৰৰ পূৰ্বে by SlowPhoton in topic দাশগুপ্ত

দাশগুপ্ত সম্পাদনা কৰক

@Babulbaishya: অসমীয়াকৰণ কৰিলে দাসগুপ্ত বা দাসগুপ্তা হ'ব নেকি? --SlowPhoton (talk) 12:09, 7 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

বঙালীত 'দাশগুপ্ত' হয়৷ ইয়াত মূল বানান অনুসৰণ কৰা হৈছে৷ বঙালীত দাশ আৰু দাস দুয়োটা শব্দৰে ব্যৱহাৰ আছে৷ বঙালী মূলৰ অসমীয়া গল্পকাৰ ৰমা দাশৰ উপাধিৰ বানানটো মন কৰিব৷ বাবুল বৈশ্য (talk) 13:25, 7 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
ঠিক আছে। ৱিকিপিডিয়াৰ সকলোতে একে বানান ৰাখিব পাৰিলে ভাল হয়। --SlowPhoton (talk) 13:54, 7 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
"কৃষ্ণা দাশগুপ্ত" পৃষ্ঠালৈ উভতি যাওক।