জানুৱাৰী (২০২০) মাহৰ ৱিকিপিডিয়ান সম্পাদনা কৰক

  এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


--জলি বৰা (talk) 02:45, 30 January 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

অক্লান্ত কৰ্মী পদক সম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহলৈ নিৰলসভাৱে তুমি আগবঢ়াই যোৱা অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা এই পদকটি আগবঢ়ালো। আশাকৰোঁ তোমাৰ এই গতি ভৱিষ্যতেও একেদৰেই ৰ’ৱ৷

--জলি বৰা (talk) 17:13, 24 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

Deletion এক্সট্রাকশন (চলচিত্ৰ ২০২০) ৰ বিষয়ে সম্পাদনা কৰক

আপুনি পৃষ্ঠাখন এক্সট্রাকশন (চলচিত্ৰ ২০২০) মছি দিব বিচাৰে,কিন্তু কিয়? এই পৃষ্ঠাখন এটা ইংৰাজী চলচিত্র বষয়ে আৰু এইটো ইংৰাজীৰ পৰা অনুবাদ কৰা মই এইটো আৰু লিখি আছো অনুগ্ৰহ কৰি আকৌ এবাৰ চাই দিব ধন্যবাদ Beingsofiqul (talk) 14:59, 4 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

ব'ট সম্পৰ্কে সম্পাদনা কৰক

“বৈশিষ্ট্য” টো “বৈশিষ্ট্য্য” কৰিছে। দিব্য দত্ত (বাৰ্তা) 17:05, 13 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

@দিব্য দত্ত: হয়, কিছু সমস্যা আছে। ঠিক কৰিব লাগিব। আৰু কিবা দেখিলে জনাব। --SlowPhoton (talk) 17
10, 13 May 2020 (ইউ.টি.চি.)

উদ্ভাৱন পদক সম্পাদনা কৰক

  উদ্ভাৱন পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে শেহতীয়াকৈ নিকাকৰণ বট্‍ উদ্ভাৱন কৰি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে–

অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ – চাণক্য (বাৰ্তা) 05:13, 30 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ 🙏 @-chanakyakdas: --SlowPhoton (talk) 06:54, 30 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

Wiki Loves Women South Asia 2020 Jury সম্পাদনা কৰক

 

Hello!

Thank you for your support in organizing Wiki Loves Women South Asia 2020 locally in your language Wikipedia. We appreciate your time and efforts in bridging gender gap on Wikipedia. Due to the novel coronavirus (COVID-19) pandemic, we will not be couriering the prizes in the form of mechanize in 2020 but instead offer a gratitude token in the form of online claimable gift coupon. Please fill this form by last June 10 for claiming token of appreciation from the International team for your support in the contest.

Wiki Love and regards!

Wiki Loves Folklore International Team.

--MediaWiki message delivery (talk) 14:21, 31 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients সম্পাদনা কৰক

 
tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

REMINDER - Feedback from writing contest jury of Project Tiger 2.0 সম্পাদনা কৰক

 
tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the article writing jury process.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 06:24, 13 June 2020 (UTC)

We sent you an e-mail সম্পাদনা কৰক

Hello SlowPhoton,

Really sorry for the inconvenience. This is a gentle note to request that you check your email. We sent you a message titled "The Community Insights survey is coming!". If you have questions, email surveys@wikimedia.org.

You can see my explanation here.

MediaWiki message delivery (talk) 18:46, 25 September 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

জেনিফাৰ ডাউডনা প্ৰবন্ধ সম্পাদনা সম্পাদনা কৰক

জেনিফাৰ ডাউডনা প্ৰবন্ধটোত আপুনি সম্পাদনা কৰি আগবঢ়োৱা বৰঙণিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলো। অনামিকা(চুমু) বড়া (talk) 14:35, 28 October 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

Reminder: Festive Season 2020 edit-a-thon সম্পাদনা কৰক

Dear Wikimedians,

Hope you are doing well. This message is to remind you about "Festive Season 2020 edit-a-thon", which is going to start from tonight (5 December) 00:01 am and will run till 6 December, 11:59 pm IST.

Please give some time and provide your support to this event and participate. You are the one who can make it successful! Happy editing! Thank You Nitesh (CIS-A2K) (talk) 15:53, 4 December 2020 (UTC)

Token of appreciation: Festive Season 2020 edit-a-thon সম্পাদনা কৰক

 

Hello, we would like to thank you for participating in Festive Season 2020 edit-a-thon. Your contribution made the edit-a-thon fruitful and successful. Now, we are taking the next step and we are planning to send a token of appreciation to them who contributed to this event. Please fill the given Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further.

Please find the form here. Thank you MediaWiki message delivery (talk) 09:52, 14 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকি সংস্কাৰক পদক সম্পাদনা কৰক

  ৱিকি সংস্কাৰক পদক।
ৱিকিৰ প্ৰৱন্ধ সমূহত থকা আসোঁৱাহ সমূহ দূৰ কৰি এক নতুন মানদণ্ড প্ৰদানৰ ক্ষেত্ৰত আপুনি নিৰবিছিন্ন ভাৱে চেষ্টা আৰু কষ্ট কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -Nayan j Nath (talk) 11:43, 28 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
ধন্যবাদ @Nayan j Nath: --SlowPhoton (talk) 16:47, 28 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকি ৰত্ন পদক সম্পাদনা কৰক

  ৱিকি ৰত্ন পদক
২০১১ চনৰপৰা আজি ২০২০ চন পৰ্যন্ত যোৱা ন বছৰে অসমীয়া ৱিকিমিডিয়াৰ এগৰাকী অক্লান্ত কৰ্মী ৰূপে আপুনি অসমীয়া ৱিকিমিডিয়াক যি মাত্ৰা প্ৰদান কৰিলে, সেয়া কেৱল আদৰণীয়ই নহয় আমাৰ পাথেয়ও। আমি কৃতজ্ঞ। অসমীয়া ৱিকিক আপোনাৰ অক্লান্ত পৰিশ্ৰমেৰে সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -JyotiPN (talk) 16:36, 29 December 2020 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক
অশেষ ধন্যবাদ @JyotiPN: --SlowPhoton (talk) 15:47, 30 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

Reminder: Wikipedia 20th celebration "the way I & my family feels" সম্পাদনা কৰক

Greetings,

A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels"

The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page.

Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels"

Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels".

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.

Marajozkee (talk) 15:25, 1 January 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

বঙালী 'র'ৰ সমস্যা সম্পাদনা কৰক

User bn-2, User bn-3, User bn-4 এইকেইটা সাঁচত বঙালী 'র' থকা বুলি দেখুৱায়, কেইটামান সাঁচ সম্পাদনা কৰিছিলোঁ যদিও সেইবোৰ এতিয়া পূৰ্ববত কৰি দিলোঁ৷ সেইবোৰত {{বঙালী ৰ}} সাঁচটো ব্যৱহাৰ নকৰিলেও হ’ব সম্ভৱ! 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (talk) 09:05, 15 January 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Kuldhar Rabha: কোনো কথা নাই। সেইবোৰ সাঁচ কেৱল সদস্য পৃষ্ঠাতহে ব্যৱহাৰ হয়। বঙালী ৰ থাকিলেও একো নহয়। --SlowPhoton (talk) 10:40, 15 January 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
ধন্যবাদ৷ 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (talk) 10:43, 15 January 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

মই লিখি থকা প্ৰৱন্ধত (লিংগ বৈষম্য আৰু ভাৰতীয় নাৰী) বঙালীৰ ৰ আছে বুলি কৈছে। লাচিত সঁজুলিৰে কেনেকে বৰ্ণশুদ্ধি কৰে বাৰু?

@JonaliB: আপুনি যদি উৎস সম্পাদনা ব্যৱহাৰ কৰিছে, তেতিয়া   লাচিত সঁজুলিৰ আইকন দেখা পাব। তাত ক্লিক কৰিলেই বৰ্ণশুদ্ধি হৈ যাব। --SlowPhoton (talk) 05:09, 5 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
@SlowPhoton: বুজিলো ধন্যবাদ

দক্ষিণ এছিয়া এডিটাথন ২০২১ সম্পাদনা কৰক

মই দক্ষিণ এছিয়া এডিটাথন ২০২১ত ভাগ ল'ব খুজিছোঁ। আপুনি এই এডিটাথনৰ সমন্বয়ক বুলি জানিব পাৰি আনন্দ প্ৰকাশ কৰিছোঁ আৰু জানিব খুজিছোঁ যে, মই এই এডিটাথনৰ প্ৰৱন্ধ তালিকাত নতুন প্ৰৱন্ধ কেনেকৈ যোগ দিম আৰু প্ৰৱন্ধবোৰ প্ৰতিযোগিতাৰ বাবে মই কেনেকৈ জমা দিম? প্ৰৱন্ধটো লিখি লিংকটো কপি কৰি আনি তাত দি দিব লাগিব নেকি? আশাকৰোঁ এইক্ষেত্ৰত আপুনি মোক সহায় কৰিব। JyotiPN (talk) 08:47, 28 January 2021 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক

@JyotiPN: ৱিকিপিডিয়াত সাধাৰণতে যেনেকৈ প্ৰবন্ধ লিখে, তেনেকৈ প্ৰবন্ধ লিখিলেই হ'ল। কেৱল মন কৰিব যাতে প্ৰবন্ধটোৰ বিষয়বস্তু নাৰীবাদ আৰু লোকগাথাৰ লগত সংগতি ৰখা হয়। আপুনি প্ৰবন্ধ সৃষ্টি কৰিব পাৰে নাইবা বিস্তাৰো কৰিব পাৰে। প্ৰবন্ধটো ন্যূনতম ৩০০টা শব্দৰ হ'ব লাগিব। তাৰ পাছত প্ৰবন্ধটো আপুনি জমা দিব পাৰিব। তাৰ বাবে বিশেষ লিংক এটা দিয়া হ'ব, তাত গৈ প্ৰবন্ধটোৰ নাম জমা দিলেই হ'ল। লিংকটো ফাউনটেইন নামৰ সঁজুলি এটাত সৃষ্টি কৰা হ'ব। জমা দিয়া প্ৰবন্ধসমূহ বিচাৰকে বিচাৰ কৰিব। লিংকটো এতিয়া সক্ৰিয় কৰা হোৱা নাই, এডিটাথন আৰম্ভ হোৱাৰ পাছতহে সক্ৰিয় কৰা হ'ব আৰু তেতিয়া সকলো অংশগ্ৰহণকাৰীকে জনাই দিয়া হ'ব। যোৱা বছৰৰ এডিটাথনৰ লিংকটো এইটো, ইয়াত চালে আপুনি কিছু আভাষ পাব। ধন্যবাদ। --SlowPhoton (talk) 09:19, 28 January 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
@SlowPhoton: আন্তৰিক ধন্যবাদ। JyotiPN (talk) 09:50, 28 January 2021 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক
@JyotiPN: এডিটাথনৰ বাবে আপুনি সৃষ্টি কৰা প্ৰবন্ধবোৰ এই লিংকত গৈ জমা কৰি দিব। --SlowPhoton (talk) 14:01, 3 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
@SlowPhoton: প্ৰৱন্ধবোৰ জমা কৰিব পাৰিলোঁ। গোটেইকেইটা প্ৰৱন্ধত ৩০০০ বাইট আছে, কিন্তু ৩০০ শব্দ নাই। তথাপি জমা কৰি দিলোঁ। JyotiPN (talk) 03:01, 4 February 2021 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক

Universal Code of Conduct consultation সম্পাদনা কৰক

Hi SlowPhoton,

Hope you are well. I would like to invite you to participate in the Universal Code of Conduct consultation on Assamese Wikipedia. It is closing soon. You can easily participate by making your opinion, support/oppose here: ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)#Universal Code of Conduct consultation on Assamese Wikipedia or you can also email me. As an active member of the community, your participation is very important. I hope you would consider it. Thank you! Wikitanvir (WMF) (বাৰ্তা) 15:43, 27 February 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Wikimedia Foundation Community Board seats: Call for feedback meeting সম্পাদনা কৰক

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ইনফোবক্স ৰয়েল্টি সম্পাদনা কৰক

Infobox royalty-ৰ image_size-টো অনুগ্ৰহ কৰি অলপ চাই দিবচোন। ইমেজ চাইজটো সলনি নহয় দোখোন।বাবুল বৈশ্য (বাৰ্তা) 16:18, 8 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Infobox royalty-ত image_size-টো fixed ৰখা হৈছে। সলনি কৰিব নোৱাৰি। --SlowPhoton (talk) 09:33, 9 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Habung সম্পাদনা কৰক

Please don't try to revert the edits made in the page Habung. A user had tried to vandalise the page by adding info without any proper sources. Refer to the article in English Wikipedia where the same vandalism was removed by some admins in the past. The same users seem to try and push their propaganda in Assamese Wikipedia. Do not give them an opportunity here.Ananya Taye (বাৰ্তা) 15:35, 19 March 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

এই মাহৰ ৱিকিপিডিয়ান: মাৰ্চ,২০২১ সম্পাদনা কৰক

  এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


Kuranganayani সম্পাদনা কৰক

I had done some edits in the Assamese page Kuranganayani. Please carry on the same thing to English page. Because English page is soon to be deleted for lacking reliable sources. Haoreima (বাৰ্তা) 07:28, 19 April 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰবন্ধ উন্নীতকৰণৰ পদক সম্পাদনা কৰক

  Articles for Creaton Barnstar
হে প্ৰিয় সতীৰ্থ, ন-পুৰণি প্ৰবন্ধসমূহৰ কাৰিকৰী দিশৰ খুটি-নাটিসমূহত নিপুণতাৰে হাত ফুৰাই অসমীয়া ৱিকিপিডিয়াক আপুনি যি অনন্য মাত্ৰা প্ৰদান কৰিছে তাৰেই কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -Nayan j Nath (বাৰ্তা) 15:01, 30 April 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

মতভেদ নিৰ্বাপন পদক সম্পাদনা কৰক

  মতভেদ নিৰ্বাপন পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ মজিয়াত উদ্ভৱ হোৱা বিভিন্ন মতভেদসমূহ সুস্থিৰতাৰে তথা যুক্তিসহকাৰে সমাধান কৰাৰ লগতে নীৰৱে আগবঢ়াই যোৱা বহুমূলীয়া বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটিৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। -Nayan j Nath (বাৰ্তা) 06:16, 29 মে' 2021 (ইউ.টি.চি.)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় SlowPhoton,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

Wiki Loves Women South Asia 2021 সম্পাদনা কৰক

 

Wiki Loves Women South Asia is back with the 2021 edition. Join us to minify gender gaps and enrich Wikipedia with more diversity. Happening from 1 September - 30 September, Wiki Loves Women South Asia welcomes the articles created on gender gap theme. This year we will focus on women's empowerment and gender discrimination related topics.

We warmly invite you to help organize or participate in the competition in your community. You can learn more about the scope and the prizes at the project page.

This message has been sent to you because you participated in the last edition of this event as an organizer.

Best wishes,
Wiki Loves Women Team
12:57, 12 July 2021 (ইউ.টি.চি.)

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities সম্পাদনা কৰক

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান সম্পাদনা কৰক

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Feedback for Mini edit-a-thons সম্পাদনা কৰক

Dear Wikimedian,

Hope everything is fine around you. If you remember that A2K organised a series of edit-a-thons last year and this year. These were only two days long edit-a-thons with different themes. Also, the working area or Wiki project was not restricted. Now, it's time to grab your feedback or opinions on this idea for further work. I would like to request you that please spend a few minutes filling this form out. You can find the form link here. You can fill the form by 31 August because your feedback is precious for us. Thank you MediaWiki message delivery (বাৰ্তা) 18:58, 16 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে সম্পাদনা কৰক

প্ৰিয় SlowPhoton,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

অবিৰত ৱিকিযোদ্ধা পদক সম্পাদনা কৰক

  অবিৰত ৱিকিযোদ্ধা পদক
হে ৱিকি সতীৰ্থ, পাতনিৰে পৰা বৰ্তমানলৈকে অসমীয়া ৱিকিপিডিয়াৰ সংবৰ্দ্ধনৰ বাবে আপুনি নিৰন্তৰভাৱে যি অমূল্য অৱদান আগবঢ়াই আহিছে তাৰেই কৃতজ্ঞতাস্বৰূপে সমূহ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা এই পদকটি আগবঢ়ালোঁ‌। – 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 16:23, 1 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Error সম্পাদনা কৰক

@SlowPhoton: সুপ্ৰভাত দাদা, অনুগ্ৰহ কৰি Template:Category see also ত থকা Errror টো ঠিক কৰি দিবচোন। — চাণক্য (বাৰ্তা) 02:38, 18 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Mahatma Gandhi 2021 edit-a-thon to celebrate Mahatma Gandhi's birth anniversary সম্পাদনা কৰক

 
Mahatma Gandhi 2021 edit-a-thon

Dear Wikimedian,

Hope you are doing well. Glad to inform you that A2K is going to conduct a mini edit-a-thon to celebrate Mahatma Gandhi's birth anniversary. It is the second iteration of Mahatma Gandhi mini edit-a-thon. The edit-a-thon will be on the same dates 2nd and 3rd October (Weekend). During the last iteration, we had created or developed or uploaded content related to Mahatma Gandhi. This time, we will create or develop content about Mahatma Gandhi and any article directly related to the Indian Independence movement. The list of articles is given on the event page. Feel free to add more relevant articles to the list. The event is not restricted to any single Wikimedia project. For more information, you can visit the event page and if you have any questions or doubts email me at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 17:32, 28 September 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

দুটা প্ৰবন্ধ পৰীক্ষা কৰিবলৈ অনুৰোধ সম্পাদনা কৰক

নমস্কাৰ দাদা, মই এছিয়ান মাহ উপলক্ষে অসম ৱিকিত "দেৱী খড়কা" আৰু "কৃষ্ণচন্দ্ৰ নেপালী পোখৰেল" শীৰ্ষক দুটা প্ৰবন্ধ অনুবাদ কৰিছোঁ। কিন্তু প্ৰবন্ধবোৰ দাখিল কৰাৰ আগতে, মই আপোনাৰ পৰা জানিব বিচাৰিম যে এই প্ৰবন্ধবোৰত যান্ত্ৰিক অনুবাদ আছে নেকি। গতিকে মই আপোনাক প্ৰবন্ধবোৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছো। ≈ MS Sakib  «কওক...» 16:43, 16 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

দৰাচলতে, যোৱা ৱিকি লাভছ ৱমেন প্ৰতিযোগিতাত, জুৰীয়ে এটা প্ৰবন্ধ দাখিল কৰাৰ পিছত প্ৰবন্ধটো সংশোধন কৰাৰ সুযোগ দিব নিবিচৰা বাবে বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল, সেয়েহে মই আগতীয়াকৈ নিশ্চিত হ'ব বিচাৰো। মই এই প্ৰতিযোগিতাত কমেও দুটা প্ৰবন্ধ অনুবাদ কৰিবলৈ ইচ্ছুক। মই আশা কৰোঁ আপুনি মোক সহায় কৰিব। ≈ MS Sakib  «কওক...» 16:52, 16 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
ওপৰোক্ত দুটা প্ৰবন্ধৰ সৈতে "ব্ৰাহ্মণবাৰিয়া" প্ৰবন্ধটো পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছো। ≈ MS Sakib  «কওক...» 19:35, 16 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
এই প্ৰবন্ধটোও "আনিছুল হক (ৰাজনীতিবিদ)"। ≈ MS Sakib  «কওক...» 20:39, 17 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

WLWSA-2021 Newsletter #6 (Request to provide information) সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

 
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:28, 17 November 2021 (ইউ.টি.চি.)

Invitation to organize Feminism and Folklore 2022 সম্পাদনা কৰক

Dear SlowPhoton,

You are humbly invited to organize Feminism and Folklore 2022 writing competion. This year Feminism and Folklore will focus on feminism, women biographies and gender-focused topics for the project in league with Wiki Loves Folklore gender gap focus with folk culture theme on Wikipedia.

You can help us in enriching the folklore documentation on Wikipedia from your region by creating or improving articles based on folklore around the world, including, but not limited to folk festivals, folk dances, folk music, women and queer personalities in folklore, folk culture (folk artists, folk dancers, folk singers, folk musicians, folk game athletes, women in mythology, women warriors in folklore, witches and witch hunting, fairy tales and more. Users can contribute to new articles or translate from the list of suggested articles here.

Organizers can sign up their local community using Sign up page and create a local contest page as one on English Wikipedia. You can also support us in translating the project page and help us spread the word in your native language.

Learn more about the contest and prizes from our project page. Feel free to contact us on our talk page or via Email if you need any assistance.

Looking forward for your immense coordination.

Thank you.

Feminism and Folklore Team,

Tiven2240

05:17, 11 January 2022 (ইউ.টি.চি.)

International Mother Language Day 2022 edit-a-thon সম্পাদনা কৰক

Dear Wikimedian,

CIS-A2K announced International Mother Language Day edit-a-thon which is going to take place on 19 & 20 February 2022. The motive of conducting this edit-a-thon is to celebrate International Mother Language Day.

This time we will celebrate the day by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource, items that need to be created on Wikidata [edit Labels & Descriptions], some language-related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about languages or related to languages. Anyone can participate in this event and editors can add their names here. Thank you MediaWiki message delivery (বাৰ্তা) 13:13, 15 February 2022 (ইউ.টি.চি.) উত্তৰ দিয়ক

On behalf of User:Nitesh (CIS-A2K)

International Women's Month 2022 edit-a-thon সম্পাদনা কৰক

Dear Wikimedians,

Hope you are doing well. Glad to inform you that to celebrate the month of March, A2K is to be conducting a mini edit-a-thon, International Women Month 2022 edit-a-thon. The dates are for the event is 19 March and 20 March 2022. It will be a two-day long edit-a-thon, just like the previous mini edit-a-thons. The edits are not restricted to any specific project. We will provide a list of articles to editors which will be suggested by the Art+Feminism team. If users want to add their own list, they are most welcome. Visit the given link of the event page and add your name and language project. If you have any questions or doubts please write on event discussion page or email at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 12:53, 14 March 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

On behalf of User:Nitesh (CIS-A2K)

WLWSA-2021 Newsletter #7 (Request to provide information) সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

 
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Unfortunately, your information has not reached us. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
13:37, 1 April 2022 (ইউ.টি.চি.)

Hello.

Can you translate and upload the articles en:National Museum of History of Azerbaijan and en:National Art Museum of Azerbaijan in Assamese Wikipedia?

Yours sincerely, Multituberculata (বাৰ্তা) 21:56, 15 মে' 2022 (ইউ.টি.চি.)

June Month Celebration 2022 edit-a-thon সম্পাদনা কৰক

Dear User,

CIS-A2K is announcing June month mini edit-a-thon which is going to take place on 25 & 26 June 2022 (on this weekend). The motive of conducting this edit-a-thon is to celebrate June Month which is also known as pride month.

This time we will celebrate the month, which is full of notable days, by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource if there are any, items that need to be created on Wikidata [edit Labels & Descriptions], some June month related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about the month of June or related to its days, directly or indirectly. Anyone can participate in this event and the link you can find here. Thank you Nitesh (CIS-A2K) (talk) 12:46, 21 June 2022 (UTC)

On behalf of User:Nitesh (CIS-A2K)

WikiConference India 2023: Program submissions and Scholarships form are now open সম্পাদনা কৰক

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Help us organize! সম্পাদনা কৰক

Dear Wikimedian,

You may already know that the third iteration of WikiConference India is happening in March 2023. We have recently opened scholarship applications and session submissions for the program. As it is a huge conference, we will definitely need help with organizing. As you have been significantly involved in contributing to Wikimedia projects related to Indic languages, we wanted to reach out to you and see if you are interested in helping us. We have different teams that might interest you, such as communications, scholarships, programs, event management etc.

If you are interested, please fill in this form. Let us know if you have any questions on the event talk page. Thank you MediaWiki message delivery (বাৰ্তা) 15:21, 18 November 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline সম্পাদনা কৰক

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

On Behalf of, WCI 2023 Core organizing team.

WikiConference India 2023:WCI2023 Open Community call on 18 December 2022 সম্পাদনা কৰক

Dear Wikimedian,

As you may know, we are hosting regular calls with the communities for WikiConference India 2023. This message is for the second Open Community Call which is scheduled on the 18th of December, 2022 (Today) from 7:00 to 8:00 pm to answer any questions, concerns, or clarifications, take inputs from the communities, and give a few updates related to the conference from our end. Please add the following to your respective calendars and we look forward to seeing you on the call.

Furthermore, we are pleased to share the telegram group created for the community members who are interested to be a part of WikiConference India 2023 and share any thoughts, inputs, suggestions, or questions. Link to join the telegram group: https://t.me/+X9RLByiOxpAyNDZl. Alternatively, you can also leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 08:11, 18 December 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

On Behalf of, WCI 2023 Organizing team

Women's Month Datathon on Commons সম্পাদনা কৰক

Dear Wikimedian,

Hope you are doing well. CIS-A2K and CPUG have planned an online activity for March. The activity will focus on Wikimedia Commons and it will begin on 21 March and end on 31 March 2023. During this campaign, the participants will work on structure data, categories and descriptions of the existing images. We will provide you with the list of the photographs that were uploaded under those campaigns, conducted for Women’s Month.

You can find the event page link here. We are inviting you to participate in this event and make it successful. There will be at least one online session to demonstrate the tasks of the event. We will come back to you with the date and time.

If you have any questions please write to us at the event talk page Regards MediaWiki message delivery (বাৰ্তা) 18:09, 12 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

Women's Month Datathon on Commons Online Session সম্পাদনা কৰক

Dear Wikimedian,

Hope you are doing well. As we mentioned in a previous message, CIS-A2K and CPUG have been starting an online activity for March from 21 March to 31 March 2023. The activity already started yesterday and will end on 31 March 2023. During this campaign, the participants are working on structure data, categories and descriptions of the existing images. The event page link is here. We are inviting you to participate in this event.

There is an online session to demonstrate the tasks of the event that is going to happen tonight after one hour from 8:00 pm to 9:00 pm. You can find the meeting link here. We will wait for you. Regards MediaWiki message delivery (বাৰ্তা) 13:38, 22 March 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিডাটা পদক সম্পাদনা কৰক

 
ৱিকিডাটা পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ আৰু পৃষ্ঠাসমূহ ৱিকিডাটাত নিৰন্তৰভাৱে সন্নিৱিষ্ট কৰি আপুনি যি অৱদান আগবঢ়াইছে সেয়া অতুলনীয়। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। তাৰোপৰি, অসমীয়া ৱিকি প্ৰকল্পসমূহত আপোনাৰ অভাৱ আমি বাৰুকৈয়ে অনুভৱ কৰিছোঁ। আশাকৰোঁ আপোনাক পুনৰ সক্ৰিয় ৰূপত আমি অসমীয়া ৱিকিপিডিয়াত দেখা পাম। ধন্যবাদেৰে। -Chandan Chiring Phukon Chat 02:28, 20 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক