বাৰ্তা:গণিতৰ ইতিহাস
- মোৰ মতে দুয়োটা প্ৰবন্ধ একত্ৰীকৰন কৰা উচিত| বিষ্ণু শইকীয়া বাৰ্তা 20:54, 22 ফেব্ৰুৱাৰী 2012 (UTC)
- ইংৰাজী প্ৰবন্ধটো এটা দীঘলীয়া প্ৰবন্ধ। সেইটো অনুবাদ কৰিলে একত্ৰীকৰণ কৰিব নালাগে। অনুবাদ নকৰিলেহে লাগিব। গীতাৰ্থ বৰদলৈ 21:14, 22 ফেব্ৰুৱাৰী 2012 (UTC)
- যদি কোনোবাই অনুবাদ কৰে, পুণৰ প্ৰবন্ধটো সৃষ্টি কৰিব পৰা যাব| আমাৰ হাতত বৰ্তমান "মানব সম্পদ" নাই যে| সেয়ে এতিয়া একেলগ কৰি থোৱাই ভাল নেকি? বিষ্ণু শইকীয়া বাৰ্তা 21:17, 22 ফেব্ৰুৱাৰী 2012 (UTC)
গণিতৰ ইতিহাসৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন গণিতৰ ইতিহাসক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।