মোৰ মতে দুয়োটা প্ৰবন্ধ একত্ৰীকৰন কৰা উচিত| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:54, 22 ফেব্ৰুৱাৰী 2012 (UTC)
ইংৰাজী প্ৰবন্ধটো এটা দীঘলীয়া প্ৰবন্ধ। সেইটো অনুবাদ কৰিলে একত্ৰীকৰণ কৰিব নালাগে। অনুবাদ নকৰিলেহে লাগিব। গীতাৰ্থ বৰদলৈ 21:14, 22 ফেব্ৰুৱাৰী 2012 (UTC)
যদি কোনোবাই অনুবাদ কৰে, পুণৰ প্ৰবন্ধটো সৃষ্টি কৰিব পৰা যাব| আমাৰ হাতত বৰ্তমান "মানব সম্পদ" নাই যে| সেয়ে এতিয়া একেলগ কৰি থোৱাই ভাল নেকি? বিষ্ণু শ‍ইকীয়া বাৰ্তা 21:17, 22 ফেব্ৰুৱাৰী 2012 (UTC)
"গণিতৰ ইতিহাস" পৃষ্ঠালৈ উভতি যাওক।