প্ৰবন্ধটো বাংলাৰ পৰা অনুবাদ কৰা বাবে 'বংগত পূজা', 'বাংলা সাহিত্যত গণেশ' আদি অনুচ্ছেদ সোমাই আছে। সেইখিনিৰ বোধকৰোঁ প্ৰয়োজন নহ'ব। অনুবাদিকাৰ ওচৰত অসমত গণেশ পূজাৰ দৰে তথ্য থাকিলে সুমুৱাই দিবলৈ অনুৰোধ কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 17:30, 1 জানুৱাৰী 2013 (UTC)

"গণেশ" পৃষ্ঠালৈ উভতি যাওক।