জন্ম ৩০ জুলাই নে ৩ জুলাই সম্পাদনা কৰক

তথ্যসূত্ৰত দিয়া প্ৰবন্ধটো মই পঢ়া নাই, কিন্তু আজিৰ নিয়মীয়া বাৰ্তাত ’সুপ্ৰভাত’ শিতানত প্ৰথম পৃষ্ঠাতে দিছে আজি অৰ্থাৎ ৩ জুলাইত এওঁৰ জন্ম হোৱা বুলি৷ বাতৰি কাকত এখনে প্ৰথম পৃষ্ঠাতে এনে মাৰাত্মক ভুল এটা নকৰে বুলি ধৰি লৈ পূৰ্বৰ ৩০ জুলাইৰ পৰা ৩ জুলাই কৰি দিলো দেই৷ কোনোবাই কথাটো কৰবাত ভালকৈ পায় নেকি চাবচোন৷ -জলি বৰা (talk) 21:08, 2 জুলাই 2015 (UTC)

"গিৰিধৰ শৰ্মা" পৃষ্ঠালৈ উভতি যাওক।