বাৰ্তা:গ্ৰন্থৰ তালিকা

Latest comment: 11 মাহ পূৰ্বে by দিব্য দত্ত in topic প্ৰবন্ধ

বিষয়বস্ত সম্পাদনা কৰক

"dasmysir" প্ৰবন্ধটোৰ নাম আৰু বিষয়বস্ত সংগতি নথকা যেন লাগিল। তাৰোপৰি ইয়াক ৱিকিপিডিয়াৰ শৈলীত পুনৰাই লিখাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি এই বিষয়ে মন্তব্য আগবঢ়াওক।- চন্দন চিৰিং ফুকন ||✉️ 09:34, 7 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰবন্ধ সম্পাদনা কৰক

এই অংশত অসমীয়া ভাষাত লিখা প্ৰবন্ধ, গবেষণামূলক গ্ৰন্থ আদিৰ বিষয়ে আলোচনা সন্নিবিষ্ট কৰা হব "dasmysir" (বাৰ্তা) 14:07, 9 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকিপিডিয়াত, আলোচনা, সমালোচনা, গল্প, কবিতা আদি লিখা নহয়। ই এখন মুক্ত বিশ্বকোষহে। দিব্য দত্ত (বাৰ্তা) 14:52, 9 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
"গ্ৰন্থৰ তালিকা" পৃষ্ঠালৈ উভতি যাওক।