বাৰ্তা:চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান
চম্পানেৰ-পাৱাগড় প্ৰত্নক্ষেত্ৰ প্ৰবন্ধটোৰ শিৰোনাম ইংৰাজী আৰু হিন্দীত এনেকৈ লিখা হয়- Champaner-Pavagadh Archaeological Park, चंपानेर-पावागढ़ पुरातत्व उद्यान। বাংলাত ৱ আখৰটো নাই বাবে পাৱাগড়টো পাওয়াগড় বুলি লিখে। এই প্ৰবন্ধটোৰ কথাখিনি বাংলাৰ পৰা অনুবাদ কৰা হৈছে বাবে অসমীয়াতো পাওৱাগড় বুলি লিখিছে। তথাপি এতিয়াও শিৰোনামটো শুদ্ধ হোৱা নাই। আচলতে হব লাগিছিল চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান। প্ৰত্নতত্বতকৈ পুৰাতত্বহে বেছি অসমীয়া শব্দ। Park কেনেকৈ ক্ষেত্ৰ হ'ল?
বাবুল বৈশ্য 05:09, 14 জানুৱাৰী 2013 (UTC)
- কৰা হ'ল। — গীতাৰ্থ বৰদলৈ (talk) 06:24, 14 জানুৱাৰী 2013 (UTC)
চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যানৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যানক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।