মোৰ মতে মূল পৃষ্ঠাখনৰ নাম "ৱেবচাইট" ৰাখি "জালস্থান" নামটো পুনৰ্নিৰ্দেশ কৰাহে ভাল হ'ব। কাৰণ নামটোৰ প্ৰচলন তেনেই সীমিত। Gitartha.bordoloi 10:29, 26 ডিচেম্বৰ 2011 (UTC)

অ' "ৱেবচাইট" পৃষ্ঠা এখন আছেই। মই এইখন তালৈ Redirect কৰি দিছোঁ। Gitartha.bordoloi 10:36, 26 ডিচেম্বৰ 2011 (UTC)

……

  • ঠিক আছে মই এইখন সম্পুৰ্ণ কৰিম্, সম্পাদনা দন্দ লগাই দিও । …………………………………… Jpnath008 10:57, 26 ডিচেম্বৰ 2011 (UTC)
মোৰ বোধেৰেওঁ ৱেবচাইট নামটোৱেই বৰ্তমান সময়ত সঠিক| ৱেবচাইট পেজৰ জকাটো ময়েই সাজি থৈছিলো| Jyoti Prakash Nath য়ে ভালদৰে সাজি উলিয়াব বুলি আশা থাকিল| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 11:08, 26 ডিচেম্বৰ 2011 (UTC)
"জালস্থান" পৃষ্ঠালৈ উভতি যাওক।