অনুগ্ৰহ কৰি নিজৰ মতামত এইখন পৃষ্ঠাত দিয়ক| ৰাজু ডাঙৰীয়া আৰু বিতোপন ডাঙৰীয়াক আদৰণি জনাইছোঁ gahori ০৩:৫১, ১৩ ফেব্ৰুৱাৰী ২০০৮ (UTC)

জীৱন বৰঠাকুৰ--> জুবিন গাৰ্গ সম্পাদনা কৰক

http://www.amarasom.glpublications.in/Details.aspx?id=15039&boxid=123355843

জীৱন বৰঠাকুৰ হিচাপে এই বাতৰিটোত উল্লেখ আছে। জুবিনৰ পাছপ'ৰ্ট নাম জীৱন বৰঠাকুৰ সম্ভৱতঃ।

এইটো বাতৰি (মানে জুবিনৰ নামটো) বিশ্বাসযোগ্য নহয়, গৰিমা গাৰ্গে এবাৰ এটা সাক্ষাতকাৰত কৈছিল জুবিনৰ নাম জীৱন বৰঠাকুৰ কেতিয়াও নাছিল বুলি, জুবিন বৰঠাকুৰহে আছিল, পিতৃয়ে জুবিন মেহেতাৰ নামেৰে পুত্ৰৰ নাম জুবিন ৰাখিছিল দীপাংকৰ চেতিয়া? 07:52, 27 ছেপ্টেম্বৰ 2013 (UTC)
"জুবিন গাৰ্গ" পৃষ্ঠালৈ উভতি যাওক।