বাৰ্তা:জোনাক (দূৰদৰ্শন কেন্দ্ৰ)
Latest comment: 7 বছৰৰ পূৰ্বে by অজয় দাস in topic কেন্দ্ৰ
কেন্দ্ৰ
সম্পাদনা কৰকChannel-ৰ প্ৰতিশব্দ হিচাপে "কেন্দ্ৰ"টো খাপ খোৱা নাই। "দূৰদৰ্শন কেন্দ্ৰ" বুলিলে TV centre হে আগৰেপৰা বুজোঁ। ভাল প্ৰতিশব্দ নাপালে মোৰ মতে "চেনেল" বুলি ৰখাই শ্ৰেয়। আন পৃষ্ঠা দুটামানৰো নাম তেতিয়া সলাব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 11:04, 11 August 2017 (ইউ.টি.চি.)
- হয়। ঠিকেই কৈছে। মই ৰং(দূৰদৰ্শন কেন্দ্ৰ) পৃষ্ঠাখনৰ আৰ্হিত নামটো তেনেকৈ ৰাখিছিলোঁ।-অজয় দাস (বাৰ্তা) 15:43, 11 August 2017 (ইউ.টি.চি.)