বাৰ্তা:ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

জ্যোতি চিত্ৰবনৰ প্ৰবন্ধটো ইংৰাজী ৱিকিপিডিয়াত en:Jyoti Chitraban Film and Television Institute নামেৰে আছে আৰু বন্ধনিৰ মাজত formerly Jyoti Chitraban বুলি লিখা আছে। আনহাতে Sentinel-ৰ এই ৰিপৰ্টটোৰ মতে ইয়াৰ বৰ্তমানৰ নাম হৈছে Regional Government Film and Television Institute (RGFTI)। শিৰোনামাত কোনটো নাম ৰাখিলে ভাল হব? --অম্লান বসুমতাৰী (talk) 19:51, 6 এপ্ৰিল 2012 (UTC)

ৰিপোৰ্টটো পঢ়ি যিটো লাগিলে যে RGFTI বেলেগ এখন অনুষ্ঠান হ'বলৈ গৈ আছে। জ্যোতি চিত্ৰবন ইয়াৰ অস্থায়ী ভৱন বুলিহে উল্লেখ কৰিছে। আকৌ জ্যোতি চিত্ৰবন ফিল্ম এণ্ড টিভি ইনষ্টিটিউট-টো জ্যোতি চিত্ৰবনৰ লগত কনফিউজ নহ'বলৈয়ে মই নামটো জ্যোতি চিত্ৰবন কৰি ৰাখি, বন্ধনীৰ ভিতৰত ইনষ্টিটিউটৰ নামটো সুমুৱাই ৰাখিছিলোঁ। মই প্ৰশিক্ষণ প্ৰতিষ্ঠানখন জ্যোতি চিত্ৰবনৰে অংশ বুলি ভাবি আছিলোঁ। মোৰ মতে (জ্যোতি চিত্ৰবন) আৰু (RGFTI) দুটা বেলেগ প্ৰৱন্ধ হওঁক। RGFTI সম্বন্ধীয় প্ৰৱন্ধটোত তাৰে আগৰ নাম (জ্যোতি চি.ফি. টিভি. ইনষ্টিটিউট) বুলি উল্লেখ থাকক। আৰু (জ্যোতি চিত্ৰবন)টোত অস্থায়ী ভাৱে প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ শ্ৰেণী ইয়াতে চলি আছে বুলি উল্লেখ থাকক। নে কি কোৱা?উদ্দীপতালুকদাৰ (talk) 20:24, 6 এপ্ৰিল 2012 (UTC)
"ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান" পৃষ্ঠালৈ উভতি যাওক।