জানুৱাৰী (২০২০) মাহৰ ৱিকিপিডিয়ানসম্পাদনা কৰক

  এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

--জলি বৰা (talk) 02:45, 30 January 2020 (ইউ.টি.চি.)

অক্লান্ত কৰ্মী পদকসম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহলৈ নিৰলসভাৱে তুমি আগবঢ়াই যোৱা অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা এই পদকটি আগবঢ়ালো। আশাকৰোঁ তোমাৰ এই গতি ভৱিষ্যতেও একেদৰেই ৰ’ৱ৷

--জলি বৰা (talk) 17:13, 24 April 2020 (ইউ.টি.চি.)

Deletion এক্সট্রাকশন (চলচিত্ৰ ২০২০) ৰ বিষয়েসম্পাদনা কৰক

আপুনি পৃষ্ঠাখন এক্সট্রাকশন (চলচিত্ৰ ২০২০) মছি দিব বিচাৰে,কিন্তু কিয়? এই পৃষ্ঠাখন এটা ইংৰাজী চলচিত্র বষয়ে আৰু এইটো ইংৰাজীৰ পৰা অনুবাদ কৰা মই এইটো আৰু লিখি আছো অনুগ্ৰহ কৰি আকৌ এবাৰ চাই দিব ধন্যবাদ Beingsofiqul (talk) 14:59, 4 May 2020 (ইউ.টি.চি.)

ব'ট সম্পৰ্কেসম্পাদনা কৰক

“বৈশিষ্ট্য” টো “বৈশিষ্ট্য্য” কৰিছে। দিব্য দত্ত (বাৰ্তা) 17:05, 13 May 2020 (ইউ.টি.চি.)

 দিব্য দত্ত: হয়, কিছু সমস্যা আছে। ঠিক কৰিব লাগিব। আৰু কিবা দেখিলে জনাব। --SlowPhoton (talk) 17
10, 13 May 2020 (ইউ.টি.চি.)

উদ্ভাৱন পদকসম্পাদনা কৰক

  উদ্ভাৱন পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে শেহতীয়াকৈ নিকাকৰণ বট্‍ উদ্ভাৱন কৰি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে–

অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ – চাণক্য (বাৰ্তা) 05:13, 30 May 2020 (ইউ.টি.চি.)

ধন্যবাদ 🙏  -chanakyakdas: --SlowPhoton (talk) 06:54, 30 May 2020 (ইউ.টি.চি.)

Wiki Loves Women South Asia 2020 Juryসম্পাদনা কৰক

Hello!

Thank you for your support in organizing Wiki Loves Women South Asia 2020 locally in your language Wikipedia. We appreciate your time and efforts in bridging gender gap on Wikipedia. Due to the novel coronavirus (COVID-19) pandemic, we will not be couriering the prizes in the form of mechanize in 2020 but instead offer a gratitude token in the form of online claimable gift coupon. Please fill this form by last June 10 for claiming token of appreciation from the International team for your support in the contest.

Wiki Love and regards!

Wiki Loves Folklore International Team.

--MediaWiki message delivery (talk) 14:21, 31 May 2020 (ইউ.টি.চি.)