বাৰ্তা:ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ)

চিনেমাখনৰ নাম অসমীয়াত "ডক্তৰ বেজবৰুৱা" হ'বনে? মোৰ বোধেৰে হয় "ডাঃ বেজবৰুৱা" লিখিব লাগিব নহয় "ডাক্তৰ বেজবৰুৱা" লিখিব লাগিব৷ আনহাতে ডক্তৰ হ'লেও ডক্টৰহে হ'ব৷ বৃত্তগতভাৱে যিহেতু তেওঁ এজন ডাক্তৰ গতিকে চলচ্চিত্ৰখনৰ নামো "ডাক্তৰ বেজবৰুৱা" হ'ব৷ Anjal Borah (talk) 12:38, 8 নৱেম্বৰ 2012 (UTC)

চিনেমাখনৰ পোষ্টাৰত (ব্ৰজেন বৰুৱা প্ৰৱন্ধত ছবিখন আছে) এইটো নামেই আছ। সেইকাৰণে তেনেকৈয়ে লিখিলোঁ।উদ্দীপতালুকদাৰ (talk) 12:41, 8 নৱেম্বৰ 2012 (UTC)
তেন্তে ঠিকেই আছে৷ কিন্তু কিতাপত সাধাৰণতে "ডাঃ বেজবৰুৱা" বুলিও পালোঁ৷ Anjal Borah (talk) 12:43, 8 নৱেম্বৰ 2012 (UTC)
"ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ)" পৃষ্ঠালৈ উভতি যাওক।