অক্লান্ত কৰ্মী পদক
প্ৰিয় সতীৰ্থ বন্ধু,

অসমীয়া আৰু ইংৰাজী ৱিকিপিডিয়াত আপোনাৰ লগত কামকৰাৰ অভিজ্ঞতাৰ সূযোগ আৰু আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্ৰদান কৰিলোঁ। আপোনাৰ লগত ভৱিষ্যতেও এনেদৰে কাম কৰি থাকিবলৈ পাম বুলি আশা কৰিলোঁ।

অনুগ্ৰহ কৰি আপুনিও আপোনাৰ সতীৰ্থ-সহযোগী সকলক উচিত ক্ষেত্ৰত এনেধৰণৰ "পদকে"ৰে সন্মানিত কৰে যেন।

প্ৰভাকৰ শৰ্মা নেওগ 11:55, 14 অক্টোবৰ 2011 (UTC)


স্বাগতম!Anjal Borah

ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় সংযুক্ত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:

মই আশাকৰো সম্পাদনাৰ কামটো আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্ৰহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড (~~~~) ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। যিকোনো সহায়ৰ বাবে চাওঁক ৱিকিপিডিয়া: প্ৰশ্ন ক'ত সুধিম, মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওঁক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}} সুমুৱাই দিওঁক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব। আকৌ এবাৰ, ৱিকিপিডিয়ালৈ আদৰিছোঁ। --Jose77 ০৫:০৮, ৩ জুন ২০০৯ (UTC)


ৱিকিপেদিয়াৰ অসমীয়া ভাষা, জতি, সংষ্কৃতিলৈ এই অৱদান প্ৰসংশনীয়৷ কিন্তু ইয়াত বাংলা ভাষাৰ 'ৰ' ব্যৱহাৰ হোৱাৰ লগতে বাক্য গাঠনিও বাংলা অনুকৰণ হৈছে৷ যাৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব ৷ ভৱিষ্যতে লিখনিৰ ক্ষেত্ৰত গুৰুত্ব দিলে ভাল৷ ভৱিষ্যতে আমিও ইয়ালৈ অৱদান আগবঢ়াই যাম৷ ধন্যবাদ অঞ্জল বৰ কামদেৱাল, শোণিত্পুৰ, অসম


অসমীয়া ৱিকিপেদিয়াত অপোনাৰ স্বাগত সম্পাদনা কৰক

  • ৱিকিপেদিয়াত সভ্য হোবাৰ কাৰণে অপোনাক অভিনন্দন জনাইচো।
  • ৱিকিপেদিয়াক অপোনাৰ বহুত প্ৰযোজন আচে। আপুনি আগবাঢি আহি অনুবাদ কৰক বা নিজে প্ৰভন্ধ লিখক।
  • Thanks alot for the cocern over 'ৰ'(Even I am thinking about it), Please let me know how you are able to type it. I am not able to type 'ৰ', just in this message I have used cut copy paste of your 'ৰ'. whenever I type 'ra' it is showing 'ৰ'.
  • আপুনি চাৰি Tilde এনেকুবাকৈ '(~~~~)দি পেলাই চহী কৰিব পাৰে (ৰ কাৰণে ক্ষ্যমা). কিন্তু চহীটো অপুনী অকল আলোচনা পৃশ্ঠাত হে কৰিব পাৰীব।

Sangeeta ১৭:১০, ১৭ May ২০০৭ (UTC)

আপোনাৰ সহাৰিৰ বাবে ধন্যবাদ ৷ মই ভাবো START>Settings>Control Panel>Regional and Language Options>Formats>Bengali(India) তাৰ পিছত Keyboards and Languages>Change Keyboards>Bengali(India) Keyboard ত Bengali Indic IME 1 (V5.0) কৰি Add কৰি OK কৰাৰ পিছত Assamese Transliteration কৰি লিখিলে "ৰ" পোৱ যাব ৷ কাৰণ ময়ো এনে দৰেই বৰ্তমান এটা কোম্পানিত Unicode তে কাম কৰি আছো ৷ 'Assamese Transliteration' নকৰিলে 'ৰ' পোৱা নাযাব্৷ লগতে অসমীয়া "ৱ" বৰ্ণও পোৱা নাযাব৷ আশা কৰো ৱিকিপেদিয়াই সকলোৰে বাবে সুন্দৰ কাম কৰি যাব ৷ আমি আপোনাৰ লগত সদায়ে আছো ৷ ধন্যবাদ (অঞ্জল)


বিহু প্ৰবন্ধ সম্পাদনা কৰক

  • অপুনি লিখা বিহু প্ৰবন্ধ সুন্দৰ হৈছে, অপুনি এনেদৰে লিখি যাওক|কিবা ভূল থাকিলেও কোনোবায় শুদ্ধ কৰি যাব|
  • আপোনাৰ আৰু কিবা সন্দেহ থাকিলে মোৰ আলোচনা পৃষ্ঠাত লিখক।

Sangeeta ১৯:১০, ২৪ May ২০০৭ (UTC)


লোগো ট্ৰান্স্লেসন সম্পাদনা কৰক

Please visit Wikipedia:Village Pump for expressing your opinion. Thanks.--Eukesh ০৯:৩৬, ২৬ May ২০০৭ (UTC)

অসমৰ সুপ্ৰসিদ্ধ মানুহ শিতানৰ অন্তৰ্গত 'কবি' শিতানটো কেৱল 'কবি' হিচাপে নাৰাখি 'সাহিত্যিক' হিচাপে ৰাখিলে ভাল৷ কাৰণ তাত উল্লেখ কৰা ব্যক্তি কেইজন কেৱল কবিয়েই নহয়৷ তেওঁলোকৰ অসমীয়া সাহিত্যৰ সকলো দিশতে অৱদান আছে৷ লিখোতাও সকলো দিশ সামৰি লিখিব পাৰিব৷ তাৰ ভিতৰত মই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাকো অন্তৰ্ভূক্ত কৰিছোঁ৷ কাৰণ বেজবৰুৱাক বাদ দি অসমৰ সাহিত্যৰ কথা আলোচনা কৰিবই নোৱৰি৷ অনুৰোধ বেজবৰুৱাৰ নামটো যেন শীৰ্ষ স্থানত ৰাখে৷ মই বেজবৰুৱাৰ বিষয়ে লিখাৰ কথা ভাবিছোঁ৷ ধন্যবাদ (Anjal Borah ০৯:১৫, ২৯ May ২০০৭ (UTC))

National Socialist Council of Nagaland-Isak-Muivah (NSCN-IM)
Naga National Council-Federal (NNCF)
National Council of Nagaland-Khaplang
অসম সংযুক্ত মুক্তি বাহিনী (আলফা)
People's Liberation Army
Kanglei Yawol Kanna Lup (KYKL)
Zomi Revolutionary Front

নিষিদ্ধ সন্ত্ৰাসবাদী/বিদ্ৰোহী সংগঠন :

নেছ'নেল ডেম'ক্ৰেটিক ফৰ্ণ্ট অৱ বড়োলেণ্ড (এন ডি এফ বি) অসম সংযুক্ত মুক্তি বাহিনী (আলফা)

সক্ৰীয় সন্ত্ৰাসবাদী/বিদ্ৰোহী সংগঠন :

নেছ'নেল ছ'চিঅলিষ্ট কাউনছিল অফ নগালেণ্ড-ইচাক মুইভা (এন এছ চি এন-আই এম) নগা নেছ'নেল কাউনছিল-ফেডাৰেল (এন এন চি এফ) নেছ'নেল কাউনছিল অফ নগালেণ্ড-খাপলং পিপুলচ লেবৰেছন আৰ্মি কাংলেই য়াৱোল কান্না লুপ (কে ৱাই কে এল) জোমি লিভ'লুশ্বনেৰি ফ'ৰ্ণ্ট পিপ'লছ ৰিভ'লুছ'নেৰী পাৰ্টি অব কাংলেইপাক (প্ৰিপাক) আদিবাসি ক'ব্ৰা ফৰ্চ (এ এফ চি) ডিমা হালিম ডাওগাহ (ডি এইচ ডি) হামাৰ পিপোল'চ কনভেনশ্বন-ডেম্ৰ'ক্ৰেচি (এইচ পি চি-ডি) কমতাপুৰ লেবাৰশ্বন অ'ৰগনাইজেশ্বন (কে এল অ') মুচলিম ইউনাইটেত লেবাৰেশ্বন টাইগাৰ অৱ আছাম (মালটা) ইউনাইটেত পিপোল'চ ডেম্ৰ'ক্ৰেটিক চ'লিডাৰ্টি (ইউ পি ডি এচ)

অসক্ৰীয় সন্ত্ৰাসবাদী/বিদ্ৰোহী সংগঠন :

আদম সেনা (এ এচ) আদিভাষি চিক'ৰিটি ফৰ্চ (এ এচ এফ) সদৌ অসম আদিভাষি সুৰক্ষা সমিতি (এ এ এ এচ এচ) বৰাক উপত্যকা যুৱ মুক্তি বাহিনী (বি ভি ৱাই এল এফ) বড়ো লেবাৰেছন টাইগাৰ (বি এল টি) গোৰ্খা টাইগাৰ ফৰ্চ (জি টি এফ) হাৰকুট-উল-জেহাদ হাৰকুট-উল-মুজাহিডীড ইছলামিক লেবাৰেশ্বন অৰ্মি অৱ আসাম (আই এল এ এ) ইছলামিক সেৱক সংঙ্ঘ (আই এছ এছ) ইছলামিক ইউনাইটেড ৰিফ'ৰমেশ্বন প্ৰ'টেষ্ট অৱ ইণ্ডিয়া (আই ইউ আৰ পি আই) কাৰ্বি নেশ্বনেল ভ'লেণ্টৰি (কে এন ভি) কাৰ্বি পিপ'লছ ফণ্ট (কে পি এফ) কোচ-ৰাজবংশী মুক্তি সংগঠন (কে আৰ এল অ') মুছ্লিম লেবাৰেশ্বন আৰ্মি (এম এল এ) মুছলিম চিক'ৰিটি কাউনছিল অৱ আসাম (এম এছ চি এ) মুছ্লিম চিক'ৰিটি ফৰ্চ (এম এছ এফ) মুছলিম টাইগাৰ ফৰ্চ (এম টি এফ) মুছলিম ইউনাইটেড লেবাৰেশ্বন ফৰ্ণ্ট অৱ আসাম (মালফা) মুছলিম ভ'লেণ্টেৰি ফৰ্চ (এম ভি এফ) পিপ'ল'ছ ইউনাইটেড লেবাৰেশ্বন ফৰ্ণ্ট (পি ইউ এল এফ) ৰাভা নেশ্বনেল ছিক'ৰিটি ফৰ্চ (আৰ এন এছ এফ) ৰিভোলেশ্বনেৰী মুছ্লিম কামাণ্ড' (আৰ এম চি) তীৱা নেশ্বনেল ৰিভোলেশ্বনেৰী ফৰ্চ (টি এন আৰ এফ) ইউনাইটেড লেবাৰেশ্বন ফৰ্ণ্ট অৱ বৰাক ভেলি ইউনাইটেড লেবাৰেশ্বন মিলিটাই অৱ আসাম (ইউ এল এম এ) ইউনাইটেড মুছলিম লেবাৰেশ্বন ফৰ্ণ্ট অৱ আসাম (ইউ এম এল এফ এ)

সলনি কৰিব সম্পাদনা কৰক

আপুনি ধুনিয়াকই অনুবাদ কৰিছ্ে। অপুনি সলনি কৰিবও পাৰে আৰৃ লাগে। এই ববোৰ সলনি হয়েই থাকিব। মই কেইদিনমান ৱিকিপিডিয়া খুলিব নোবাৰিম। অপুনি এনে দৰে কাম কৰি থাকক পাচত সব থিক কৰিব পৰে।

ধন্যবাদ Sangeeta

(Please note I am not having assamese font today so you may find some mistakes in my writing sorry for that)

উপভোক্তা সম্পাদনা কৰক

user -অৰ প্ৰতিশব্দ উপভোক্তাৰ পৰিবৰ্তে "ভোক্তা" কৰিলে কেনে হয়?

Psneog ০৬:৪৮, ১ আগষ্ট ২০০৮ (UTC)


ভোক্তা বা ব্যৱহাৰকৰ্তা/কাৰী - যিকোনো এটা হ'লেই হ'ল। উপভোক্তা শব্দটো যিহেতু আজিকালি "গ্ৰাহক" বুলি বেছি পৰিচিত, সেয়েহে মই ব্যৱহাৰকাৰী-ৰ আলংকাৰিক অথচ চুটি ৰূপ হিচাবে ভোক্তা আগবঢ়াইছিলোঁ। ব্যৱহাৰকৰ্তা হোৱাত আপত্তি নাই। - Psneog ০৫:৫৯, ৫ আগষ্ট ২০০৮ (UTC)


ঠিক আছে, ব্যৱহাৰকৰ্তা

Psneog ০৫:২৪, ৬ আগষ্ট ২০০৮ (UTC)

প্ৰথম পৄষ্ঠা সম্পাদনা কৰক

মোৰো এডমিন ৰাইট নাই, গতিকে প্ৰথম পৄষ্ঠাতো মইও এডিট কৰিব নোৱাৰো| তাত কেইবাটও শুধৰণী কৰিব লগা আছে| অস্থায়ী সমাধান হিচাপে ভুল বানানৰ শ্ৰেণীটোলৈকে (অসমৰ সুপ্ৰসিদ্ধ মনুহ) পৃষ্ঠাবোৰৰ লিঙ্ক কৰি দিব পাৰে|

ফকৰা যোজনা আৰু জতুৱা ঠাঁচ পৃষ্ঠা কেইটা আপুনি কোৱা মতে সলনি কৰি দিম| জতুৱা ঠাঁচৰ পৃষ্ঠাটো আৰু বঢ়াব পৰা থল আছে, আপুনি জনা জতুৱাবোৰ আপলোড কৰি দিলে ভাল হয়|

Raju ০৬:৫৯, ৯ আগষ্ট ২০০৮ (UTC)

প্ৰবন্ধৰ শ্ৰেণী বিভাজন সম্পাদনা কৰক

বৰ্তমান প্ৰবন্ধবোৰৰ শ্ৰেণী বিভাজন খেলি-মেলি হৈ আছে । মই জীৱনী শ্ৰেণী অলপ সজাবলৈ যত্ন কৰিছো । আপোনাৰ পৰা দিহা-পৰামৰ্শ তথা উদগনি এনেদৰে পাই থাকিম বুলি আশা কৰিলো । ইংৰাজীত লিখা শংৰদেৱৰ প্ৰবন্ধটো আঁতৰাই আপোনি সম্পাদিত কৰা শংকৰদেৱৰ প্ৰবন্ধটো জীৱনী শ্ৰেণীত অন্তৰ্ভুক্ত কৰি দিলো । মই ভাবিছো বৰ্তমানে অসম্পূৰ্ণ হৈ থকা প্ৰবন্ধবোৰ সম্পূৰ্ণ কৰি ললে বিশ্বকোষ খন অধিক মনোগ্ৰাহী হ’ব । ধন্যবাদেৰে Vkborah ১৮:০৯, ২৪ জুন ২০০৯ (UTC)

ধন্যবাদ বৰা । মোৰ লগত থকা তথ্য মতে ‘জোনাকী’ৰ প্ৰথম বছৰৰ সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা, দ্বিতীয় বছৰৰ সম্পাদক হেমচন্দ্ৰ গোস্বামী আৰু তৃতীয় আৰু চতুৰ্থ বছৰৰ সম্পাদক লক্ষ্মীনাথ বেজবৰুৱা । ‘পদুম কুঁৱৰী’ আৰু ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ৰ তথ্য মোৰ কাষত সীমিত । মই আৰু অধিক তথ্য সংগ্ৰহৰ চেষ্টা কৰিম । Vkborah ০৬:২৪, ২৫ জুন ২০০৯ (UTC)

পাকঘৰ শ্ৰেণী সম্পাদনা কৰক

বেটুপাতৰ মনোৰঞ্জন বিভাগটোৰ coding ভুল হৈ আছে । বৰ্তমান আছে

(PLEASE SEE THE SOURCE CODE FOR ANALYSE)

মনোৰঞ্জন সম্পাদনা কৰক

  বোলছবি •' পাকঘৰইন্টাৰনেটখেল

কিন্তু হ'ব লাগিছিল

মনোৰঞ্জন সম্পাদনা কৰক

  বোলছবিপাকঘৰইন্টাৰনেটখেল

কিন্তু কি কৰিম, মোৰ এই পৃষ্ঠা সম্পাদন কৰাৰ অধিকাৰ নাই ।

Vkborah ১৪:৪১, ১৭ জুলাই ২০০৯ (UTC)

অসমীয়া UNICODE টাইপিঙৰ এখন সৰু plateform সম্পাদনা কৰক

নমস্কাৰ গ্ৰহণ কৰিব ৷ মই নিজা প্ৰচেষ্টাৰে অসমীয়া UNICODE টাইপিঙৰ কাৰণে এখন সৰু plateform নিৰ্মাণ কৰি আছো ৷ ইয়াৰ বাবে আপোনাৰ অলপ সহযোগিতা বিছাৰিছো যাতে অসমীয়া উইকিপেদিয়াত সম্পাদনা কৰিব বিচৰা সকলৰ সহায় হয় ৷ আশা কৰিছো আপোনি মোৰ এই সৰু প্ৰচেষ্টাক উদগনি জনাব ৷ Vkborah ০২:০২, ২১ জুন ২০১০ (UTC)

Please look below সম্পাদনা কৰক

Recently Shiju Alex <shijualexonline@gmail.com> from Malayalam wikipedia contected me. He is eager to form a "physicl" Assamese wikipedia community. They have done this with Malayalam wikipedia and got it matured within 4 years.

He plans to visit Assam by Dec. 2010 and wants to talk with at least 10 Assamese wikipedia's wel wishers/wikipedians. Asking me to arrange a meet. do anything.

Regards, Prabhakar Sarma Neog

For details, will you please contact Shiju and see if we can

আপুনি screenshot এটা মোৰ পেজখনত দিয়কচোন। কি হৈছে চাও। আপোনাৰ এই পাতটোতো অলপ মাত্ৰা খেলিমেলিকৈ ওলাইছে।

gahori ১৭:৩২, ২২ নভেম্বৰ ২০১০ (UTC)

ঠিকেই মইও তেনেকৈ দেখা পাইছো। কোনোবাই ভুলকৈ অসমীয়া আখৰবোৰ লিখিছে। নিজ হাতেৰে শুধৰোৱাৰ বাদে উপায় নাই যেন লাগে। gahori ১৩:৩৮, ২৩ নভেম্বৰ ২০১০ (UTC)

এই গোটেই সমস্যাটো কৰিছে Anshuman.jrt নামৰ সদস্যজনে। তেও শুদ্ধকৈ অসমীয়া কিখিব নাজানি গোটেইখন গোলমাল কৰি ফুৰিছে। gahori ১৯:৩২, ২৩ নভেম্বৰ ২০১০ (UTC)

অসমৰ সুপ্ৰসিদ্ধ মনুহ সম্পাদনা কৰক

এটিয়া চাওকছোন ! (আপুনি নিজৰ নাম চহী কৰিবলৈ ৪-ডাল ~~~~ ব্যৱহাৰ কৰিব পাৰে) চাইপাও ১৮:৫৩, ২১ ডিচেম্বৰ ২০১০ (UTC)

এটিয়া? চাইপাও ১৭:২১, ২৩ ডিচেম্বৰ ২০১০ (UTC)

Look here for the error: https://secure.wikimedia.org/wikipedia/as/w/index.php?title=%E0%A6%AE%E0%A7%87%E0%A6%9C%E0%A6%BF&action=historysubmit&diff=20039&oldid=20016 চাইপাও ১৭:০৭, ১৩ জানুৱাৰী ২০১১ (UTC)

নতুন প্ৰৱন্ধ বিভাগ সম্পাদনা কৰক

চিকিত্‍সা বিজ্ঞা্ন, শিক্ষা আদি দুটামান নতুন বিভাগ কৰিব লাগিছিল | যেনে কোনো শৈক্ষিক প্ৰতিষ্ঠানৰ কথা লিখিলে কেটেগৰী দিবলৈ অসুবিধা হয় |

মহাভাৰত প্ৰৱন্ধ সম্পাদনা কৰক

মহাভাৰত প্ৰৱন্ধত "১৮ টা পৰ্ব" শীৰ্ষক Table খন ভালদৰে ওলোৱা নাই | সম্পাদনালৈ গ’লে দেখোন ঠিকেই আছে | আপুনি এবাৰ চাই দিবচোন | Gitartha.bordoloi ০৭:২৯, ৮ জুলাই ২০১১ (UTC)


Namaskar Anjar! Would it be possible to translate in Assamese this article about this important Assamese journalist (preserving references)? [1] Thanks for all! Amiens984 ০৯:২৮, ৮ জুলাই ২০১১ (UTC)

Dhanyabad Anjar! Great work! Amiens984 ২১:০০, ১২ জুলাই ২০১১ (UTC)

নতুন প্ৰৱন্ধ শ্ৰেণী সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াত "চিকিত্‍সা বিজ্ঞান" শীৰ্ষক প্ৰৱন্ধ শ্ৰেণী এটা সৃষ্টি কৰিলে ভাল হয় | অন্যথা শ্ৰেণীভুক্ত হৈ নাথাকিলে প্ৰৱন্ধ এটা বিচাৰিবলৈকে অসুবিধা হয় | আপুনি পাৰিলে অতি সোনকালে কৰক | তেতিয়া কেইটামান তেনে প্ৰৱন্ধ অনুবাদ কৰিম | ধন্যবাদ | Gitartha.bordoloi ২০:১১, ১৩ জুলাই ২০১১ (UTC)

স্থানান্তৰ সম্পাদনা কৰক

এইখন চাওক http://upload.wikimedia.org/wikipedia/commons/2/2d/Vector_hidden_move_button.jpg

ইণ্টাৰনেট সম্পাদনা কৰক

বেটুপাতত আগৰেপৰাই "ইন্টাৰনেট" লিখা আছিল আৰু ভিতৰৰ প্ৰৱন্ধটো "ইণ্টাৰনেট" বুলি আছিল | আন প্ৰৱন্ধত "ইণ্টাৰনেট" হাইপাৰলিংকে কাম নকৰা দেখি ম‍ই নতুন পৃষ্ঠা এখনত সেইটো কপী কৰি দিছিলোঁ আৰু তেতিয়াহে কাম কৰিলে | কিন্তু শুদ্ধ কোনটো হ’ব ? Gitartha.bordoloi ০৭:০৫, ২২ জুলাই ২০১১ (UTC)

তেতিয়াহ’লে প্ৰভাকৰ দাক কোৱা বাহিৰেতো উপায় নাই ! আৰু আপুনি এইখন চাওকচোন http://as.wikipedia.org/wiki/Wikipedia:Requests_for_adminship | আপোনাৰ যদি আপত্তি নাই নামটো ভৰাই দিয়ক | উদ্দীপ দায়েও পাৰিব যেন বোধ হয় | Gitartha.bordoloi ১৩:১৮, ২২ জুলাই ২০১১ (UTC)

"পাকঘৰ" শ্ৰেণীটোত আগতে কেইটামান পিঠা সম্বন্ধীয় সৰু সৰু লেখা আছিল | ২৩ মে’ ২০১১ত গোটেই পৃষ্ঠাখন বাতিল কৰি দিয়া হ’ল | এই বিষয়ে কিবা জানে নেকি ? Gitartha.bordoloi ১৯:১৬, ২২ জুলাই ২০১১ (UTC)

ৱিকিপিডিয়াত কি কৰিব নোৱাৰে সম্পাদনা কৰক

লিংকটো বেটুপাতত বেলেগকৈ ৰখাতকৈ "অৱদানকাৰীৰ বাবে সহায়" বা "সদস্যনীতি" বুলি যিটো লিংক দিয়াৰ কথা কৈছোঁ, তাৰ ভিতৰতে ৰখা ভাল হ’ব | ম‍ই প্ৰিয়াংকু দাক ক’ম বাৰু | সাঁচবোৰ যিমান পাৰোঁ ঠিক কৰোঁচোন | Gitartha.bordoloi ০৯:৫৮, ১০ আগষ্ট ২০১১ (UTC)

অলপ কৰিলোঁ | পৃষ্ঠাখনৰ বিষয়বস্তুলৈ চাই শিৰোনামাটো "ৱিকিপিডিয়া কি নহয়" ৰাখিলে বেছি ভাল হ’ব নেকি?Gitartha.bordoloi ১২:০৭, ১০ আগষ্ট ২০১১ (UTC)

ম‍ই কোৱা কাৰণটো হ’ল- প্ৰৱন্ধটোৰ গোটেই বিষয়বস্তুবোৰৰ শিৰোনামা তেনেকুৱা: ৱিকিপিডিয়া অভিধান নহয়, ৰণভূমি নহয় ইত্যাদি ইত্যাদি | শুনিবলৈ অৱশ্যে শুৱলা হোৱা নাই | কিন্তু "ৱিকিপিডিয়াত কি কৰিব নোৱাৰে" বুলি শিৰোনামা দিলে বিষয়বস্তুৰ শিৰোনামাবোৰো সেইমতে সলনি কৰিব লাগিব | ভাল নাম এটা ভবাহে কথা | Gitartha.bordoloi ১২:৫৮, ১০ আগষ্ট ২০১১ (UTC)

সাঁচবোৰ মোটামুটি তৈয়াৰ কৰা হৈছে | কিন্তু গোটেইবোৰ লিখিব লাগিব ! আমি ইমান দুখীয়া হৈ আছোঁ ! Gitartha.bordoloi ১৯:৪০, ১১ আগষ্ট ২০১১ (UTC)

Invite to WikiConference India 2011 সম্পাদনা কৰক

 

Hi Anjal Borah,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.

But the activities start now with the 100 day long WikiOutreach.

Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)

As you are part of Wikimedia India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011

Are you coming for WCI 2011 ? --Naveenpf ০২:৩৩, ১৯ আগষ্ট ২০১১ (UTC)

অসমৰ সংগীত সম্পাদনা কৰক

এই শ্ৰেণীটোত লোকসংগীতসমূহৰ নাম তালিকা হিছাপে থকাতকৈ সেইবোৰ অসমৰ লোকসংগীত উপশ্ৰেণী বা কেৱল অসমৰ সংগীত শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰি ৰাখিলেই ভাল হ'ব নেকি ? তেতিয়া বৰ্ণানুক্ৰমে প্ৰৱন্ধবোৰ থাকিব । শ্ৰেণীত তেনেকৈহে থাকিব লাগে । Gitartha.bordoloi ১১:০৭, ২ চেপ্তেম্বৰ ২০১১ (UTC)

কথাটো হয়৷ ঠিক কৰি দিয়া নহ'লে৷

Anjal Borah ১২:৩৩, ২ চেপ্তেম্বৰ ২০১১ (UTC)

লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনা কৰক

প্ৰৱন্ধটো একেবাৰে নিৰপেক্ষ হোৱা নাই। আপোনাৰ ওচৰত কিতাপ-পত্ৰ আছে যদি তথ্যসূত্ৰ দেখুৱাই অলপ ঠিক-ঠাক কৰি দিব পাৰিব নেকি? Gitartha.bordoloi ১৬:০২, ২০ চেপ্তেম্বৰ ২০১১ (UTC)

"অসম" প্ৰবন্ধটোৰ ব্যাপক সম্পাদনাৰ প্ৰয়োজন আছে। আপুনি ইংৰাজী ৱিকিপিডিয়াৰ সহায় লৈ ইয়াক সম্পূৰ্ণ কৰি তোলকচোন। মই বৰকৈ সময় পোৱা নাই। যিমান পাৰোঁ কৰিম। Gitartha.bordoloi ০৯:৪২, ৩ অক্টোবৰ ২০১১ (UTC)

2011 Indian Anti- corruption Movement সম্পাদনা কৰক

ইয়াৰ অসমীয়া কি হ'ব পাৰে বাৰু? হিন্দীত जन लोकपाल विधेयक आंदोलन २०११ বুলি লিখিছে, সেইবাবে অৰবিন্দ কেজৰিৱাল পৃষ্ঠাত মই জন লোকপাল বিধেয়ক আন্দোলন, ২০১১ বুলি লিখিলোঁ। পিছে আন্না হাজাৰে পৃষ্ঠাত দুৰ্নীতি-বিৰোধী আন্দোলন বুলিহে লিখা দেখা পালোঁ। দুৰ্নীতি-বিৰোধী আন্দোলনটো খাপ খাব যেন লাগিছে, কি কৰা উচিত? --Mouchumi 09:44, 13 অক্টোবৰ 2011 (UTC)


মৌচুমী আৰু অঞ্জল, "ভাৰতীয় দুৰ্নীতি নিবাৰণ আন্দোলন ২০১১" বা "ভাৰতীয় দুৰ্নীতি বিৰোধী আন্দোলন ২০১১" -ৰ যিকোনো এটা দিব পৰা যায়। বিৰাজ কুমাৰ কাকতি 12:52, 14 অক্টোবৰ 2011 (UTC)

চন্দ্ৰকুমাৰ আগৰৱালা vs আনন্দ চন্দ্ৰ আগৰৱালা সম্পাদনা কৰক

আনন্দ চন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ ছবি দুখন একে হৈ থাকিল। ছবিখন আচলতে কোনজন ব্যক্তিৰ verify কৰিব পৰা যাব নেকি? মই আনন্দ চন্দ্ৰ আগৰৱালাৰ ছবিখন http://tezpuronline.in/link_page/fam_pep.html এই link টোত পাইছিলোঁ। এতিয়া কাকনো বিশ্বাস কৰোঁ। নে দুই ঠাইতে ছবি আতঁৰাই থওঁ ?--Mouchumi 11:38, 15 অক্টোবৰ 2011 (UTC)


An Invite to join the Wikimedia India Chapter সম্পাদনা কৰক

 
- - - - - - - - - - - - Wikimedia India Chapter - - - - - - - - - - - -
Hi Anjal Borah,

Greetings from the Wikimedia India Chapter !

Wikimedia India is an autonomous non-profit organization. The objective of the Chapter is to educate Indian public about availability and use of free and open educational content and build capacity to access and contribute to such resources in various Indian languages and in English. It works in coordination with Wikimedia Foundation and the Wikipedian community to promote building and sharing of knowledge through Wikimedia projects.

As you have shown an interest in articles related to India we thought you might be interested in knowing about the Wikimedia India chapter, its activities, volunteering and process to gain membership to the society. We need your help.

More details can be found at Our Blog  • Our Wiki
We welcome you to join and particpate in the India Chapter's activites. To join the chapter please click here. We thank you for your your contributions thus far and look forward to your continued participation.


Sincerely,
On behalf of the Wikimedia India chapter.

--Naveenpf 08:00, 6 নভেম্বৰ 2011 (UTC)

Hi, We are planning to conduct WikiAcademies across India. Can you please help to translate the Wiki Academy Brochure ? [2] . Please feel free to mail @ naveenpf at wikimedia dot in --Naveenpf 08:00, 6 নভেম্বৰ 2011 (UTC)

Discussion at বাৰ্তা:ৱিকিস্পিচিজ সম্পাদনা কৰক

  আপোনাক এই পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|বাৰ্তা:ৱিকিস্পিচিজ. (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 13:13, 13 জানুৱাৰী 2012 (UTC)

কাৰ্যসূচী সম্পাদনা কৰক

ৱিকিপিডিয়া:Meetup/GAU1#প্ৰস্তাৱিত কাৰ্যসূচী চাওক। Gitartha.bordoloi 11:30, 21 জানুৱাৰী 2012 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1 সম্পাদনা কৰক

  আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 20:08, 22 জানুৱাৰী 2012 (UTC)

সম্বৰ্ধনা সম্পাদনা কৰক

  The Teamwork Barnstar
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:57, 14 ফেব্ৰুৱাৰী 2012 (UTC)

তথ্যসূত্ৰ সম্পাদনা কৰক

"prove it" গেজেটটোৰে তথ্যসূত্ৰ দিছিলোঁ। সেইটোও সহজ, ফৰ্মেটোও তেতিয়া ষ্টেণ্ডাৰ্ড হয়। আপুনি সেইটো ব্যৱহাৰ কৰিব পাৰে। ৰঙা দেখাই থকা লিংকটো authorlinkত কিতাপখনৰ পাঠটোৰ নামৰ আছিল। এতিয়া আঁতৰাই দিলোঁ। গীতাৰ্থ বৰদলৈ 11:10, 17 ফেব্ৰুৱাৰী 2012 (UTC)

তথ্যপেৰা (ইনফ'বক্স) বেছিভাগ সৃষ্টি কৰা হ'লেই। কিবা তথ্যপেৰা বা সাঁচ যদি নাই, তেন্তে ইংৰাজী ৱিকিপিডিয়াত সেইটো বিচাৰক। যেনে- সাঁচ:Contrastটো ইয়াত নাই, গতিকে ইং ৱিকিত template:Contrast বুলি সন্ধান কৰক। এতিয়া view source বা editত গৈ গোটেই কথাখিনি কপী কৰক আৰু অসমীয়া ৱিকিত একে নামৰ পৃষ্ঠা খুলি পে'ষ্ট কৰি দিয়ক আৰু সাঁচক। ভিতৰৰ কথা কিছুমান কেতিয়াবা অনুবাদ কৰিবলগীয়া থাকে। অলপ কষ্ট কৰি কৰিব পাৰে নাইবা আনলৈ থ'ব পাৰে। তথ্যপেৰাতো একে কথা। যেনে- কোনোবা স্থপতিবিদৰ জীৱনী লিখোঁতে দেখিলে যে তথ্যপেৰাটো নাই। তেতিয়া ইংৰাজী ৱিকিত Template:Infobox architect বিচাৰক, editত যাওক আৰু অসমীয়া ৱিকিত একে নামৰ পৃষ্ঠা খুলি গোটেই sourceৰ কথাখিনি পে'ষ্ট কৰক। ভিতৰত labelৰ কাষৰ কথাখিনি অনুবাদ কৰিব পাৰে। টান পালে বা intricate template syntax বুলি জাননী থকা সাঁচ/তথ্যপেৰাৰ অনুবাদত সতকাই হাত নিদিব। মেপ থকা তথ্যপেৰা, কিবা গণনা বা সংখ্যা থকা থকা সাঁচ সম্পাদনা কৰোঁতে সাৱধান হ'ব। Invalid function বা error দেখুৱালে ৱিকিমিস্ত্ৰীক খবৰ দিব। বুজিলেনে? গীতাৰ্থ বৰদলৈ 19:06, 17 ফেব্ৰুৱাৰী 2012 (UTC)

ইতিমধ্যে অসমীয়া ৱিকিপিডিয়াত থকা সাঁচ এটা বিচাৰিবলৈ সাঁচটোৰ ইংৰাজী নামটো যেনে- template:abcd বুলি সন্ধান কৰক। শ্ৰেণী:ৱিকিপিডিয়া সাঁচসমূহতো কিছুমান সাঁচ পাব। তথ্যপেৰাবোৰ তাতে থকা শ্ৰেণী:তথ্যপেৰা সাঁচসমূহত পাব। সাঁচবোৰৰ শ্ৰেণীকৰণ কৰিহে আছোঁ, গোটেইবোৰ ঠাইতে পাবলৈ অলপ দিন লাগিব। গীতাৰ্থ বৰদলৈ 10:12, 20 ফেব্ৰুৱাৰী 2012 (UTC)
  The Working Man's Barnstar
বন্ধুবৰ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্ৰহণ কৰক। Jyoti Prakash Nath 15:27, 20 ফেব্ৰুৱাৰী 2012 (UTC)

বিশেষ্য‎ আৰু সৰ্বনাম‎ অসমীয়া ব্যাকৰণৰ সৈতে একত্ৰিত কৰা হ’ল| ঠিহেতু উক্ত প্ৰবন্ধকেইটা এটা স্বয়ংসম্পূৰ্ণ প্ৰবন্ধ হিচাপে গঢ় দিবলৈ পৰ্য্যপ্ত নহয়| ইংৰাজী গ্ৰামাৰ প্ৰবন্ধটো চালো, তাতো গোটেইবোৰ একেলগেই আছে| ঠিকেই আছেনে বাৰু? বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:36, 2 মাৰ্চ 2012 (UTC)

about the section 'mrityu' in shobha brahma article সম্পাদনা কৰক

Anjal Borah, it's me uddiptalukdar, who made the change about death in the shobha brahma article. I am in a different computer with my friend's net connection and have forgot my wikipedia password! Anyway, I actually made the change because in short articles, the section 'death' contains just one sentence, which does not seem to justify one segment. Actually, I proposed a format about biographical articles in the village pump, but just when I clicked 'save' the connection went off. What I proposed was: for short biographical article one section would cover the the whole bipgraphy of the person, starting from his death, jobs, other activities and including death. The next sections would specifically mention about the main works of the person. And, more sections can be added about the rewards, controversies etc. I think that way the article would be better organized, and would be easy to edit later on.

So, my propsed format was like this:

  • Introduction
    • Short Bio (Birth-Parents-Jobs-Family-Death)
      • may include subsections for each above if enough material is available
    • Works1 (for which the person is known)
      • Characteristics of the works for which the person is best known
    • Works2 (If a person has dabbled in different fields), similarly works3 , 4 can be added.
    • awards and achievements
    • controversies
    • trivia
    • wikilinks as in wikisource/wikiquotes
    • outside links
    • references

Shall propose the same in village pump after your comment. -uddiptalukdar 14.98.47.161 07:41, 6 মাৰ্চ 2012 (UTC)


OK uddiptalukdar, I have no objection about your format. So Please submit your proposal in Village Pump for other members comments. Anjal Borah (talk) 08:40, 6 মাৰ্চ 2012 (UTC)
  অসম পদক
হে ৱিকিসতীৰ্থ, অসম সম্পৰ্কীয় অসংখ্য সৰু-বৰ প্ৰবন্ধ লিখি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালো৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ


পদকৰ ছবিখন সলাই দিছো দেই| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:15, 9 মাৰ্চ 2012 (UTC)

অসমীয়া ভাষা/লিপি সম্পাদনা কৰক

উপৰোক্ত প্ৰবন্ধ দুটা চাবচোন। লিপি আৰু ভাষাৰ উত্‍পত্তিৰ কথাখিনি দুয়োটাত পৰস্পৰবিৰোধী হৈছে নেকি? কিবা ভুল দেখিলেও টিপ্‌-টপ্‌ কৰি দিব। -- গীতাৰ্থ বৰদলৈ (talk) 09:37, 17 মাৰ্চ 2012 (UTC)

অসমীয়া ব্যাকৰণআলোচনা পৃষ্ঠাত ম‍ই আপুনি লিখা চন্দ্ৰবিন্দু বিধিখিনি কপি কৰি থৈছিলো| অনুগ্ৰহ কৰি আপুনি প্ৰবন্ধটোত সুমুৱাই দিবচোন|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 08:46, 9 এপ্ৰিল 2012 (UTC)

এইকেইখনৰ কিবা এটা গতি লগাব পাৰিবনে? বিনম্ৰ অনুৰুধ থাকিল| লগতে লাচিত বঁটাও; শ্ৰেণী:অসমীয়া সাহিত্য পুৰস্কাৰত এনে বহুকেইটা প্ৰবন্ধ আছে|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:42, 12 এপ্ৰিল 2012 (UTC)

সময় পোৱা নাই৷ কেইদিনমানৰ পিছ্তহে লাগিব পাৰিম৷ Anjal Borah (talk) 05:54, 24 এপ্ৰিল 2012 (UTC)

আলোচনা পৃষ্ঠাটো চাবাঁ। তোমাৰ বাবে messege এটা দিছোঁ। প্ৰভাকৰ শৰ্মা নেওগ (talk) 08:11, 29 এপ্ৰিল 2012 (UTC)

চিত্ৰ:Padma-Vibhushan-Awards.jpg সম্পাদনা কৰক

hello. I am sorry for writing in English, but the file you have uploaded no source information. could you please provide it? Antanana (talk) 23:29, 29 February 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় Anjal Borah,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.