বাৰ্তা:দক্ষিণ শালমাৰা-মানকাচৰ জিলা

Latest comment: 3 বছৰৰ পূৰ্বে by Babulbaishya

অসমীয়াত জিলাখনৰ নামৰ শুদ্ধ বানান- "দক্ষিণ শালমাৰা-মানকাচৰ জিলা"। মানকা আৰু চৰ (alluvial island, sand bank) এই দুটা শব্দ লগহৈ মানকাচৰ হৈছে। বাবুল বৈশ্য (talk) 08:36, 15 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

@অজয় দাস: মানকাচৰ শুদ্ধ যেন লাগে। Google image search resulted this and this. In all the signs like the police station, college name etc. are spelt as 'মানকাচৰ'. --SlowPhoton (talk) 16:11, 29 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Babulbaishya:, @SlowPhoton: অসম চৰকাৰৰ কেইবাটাও ৱেবচাইট যেনে জিলাৰ তালিকা, জলসিঞ্চন বিভাগ, বিধানসভাৰ সদস্যৰ তালিকা, ইত্যাদিত মানকাছাৰ পোৱাৰ বাবে আৰু বন্ধু এজনে কোৱাৰ বাবে স্থানান্তৰ কৰিছিলোঁ। গুগল মেপত এতিয়া চাওঁতে উপযুক্তৰ কাৰ্যালয়ত মানকাচৰ দেখিলোঁ। গতিকে মানকাচৰ ৰাখিলেই ভাল।- অজয়  আহক আলোচনা কৰোঁ 16:41, 29 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
@অজয় দাস: গাঁও পঞ্চায়ত, পৌৰ-প্ৰশাসন, মহকুমা, জিলা সম্পৰ্কীয় বিষয়বোৰত সংশ্লিষ্ট জিলাখনৰ ৱেবচাইটৰ তথ্যহে অনুসৰণ কৰা উচিত। ঠিক আছে তেন্তে, স্থানান্তৰ কৰি দিওঁ। বাবুল বৈশ্য (talk) 17:02, 29 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
"দক্ষিণ শালমাৰা-মানকাচৰ জিলা" পৃষ্ঠালৈ উভতি যাওক।