বাৰ্তা:দিনপঞ্জী
"কেলেণ্ডাৰ" আৰু "পঞ্জিকা" সমাৰ্থক নহয়। পঞ্জিকাই ক্ষণ, নক্ষত্ৰ বা আন জ্যোতিষ গণনা থকা পুথি বুজায় (ইং- Almanac। কেলেণ্ডাৰত দিন-বাৰৰ তথ্যহে থাকে। আধুনিক অসমীয়া অভিধানত কেলেণ্ডাৰক "সংক্ষিপ্ত পঞ্জিকা" বুলিও লিখিছে। গীতাৰ্থ বৰদলৈ 16:48, 29 ফেব্ৰুৱাৰী 2012 (UTC)
- ইণ্টাৰৱিকিৰ লিংকবোৰৰ আলম লৈ চালে বাংলাত পঞ্জিকা বুলিয়েই লিখা আছে দেখোন| আনহাতে শব্দ অভিধানৰ মতে দিনপঞ্জী হ’ব লাগে| বিষ্ণু শইকীয়া বাৰ্তা 17:10, 29 ফেব্ৰুৱাৰী 2012 (UTC)
দিনপঞ্জীৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন দিনপঞ্জীক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।