বিশ্বাসযোগ্য উৎস সম্পাদনা কৰক

ৱিকিপিডিয়াত তথ্যসূত্ৰ কেনেকৈ দিব লাগে তাৰ বহুতো নীতি নিৰ্দেশনা আছে। দীপলিনা ডেকা প্ৰবন্ধটোত যোগ কৰা তথ্যসূত্ৰসমূহ বিশ্বাসযোগ্য উৎসৰ যেন নালাগে। Biography Insider, assamese-jokes-quotes.online, Biography Mart আদি ৱেবছাইটৰ বিশ্বাসযোগ্যতা সন্দেহজনক। Google Search result-ক তথ্যসূত্ৰৰূপে দিব নোৱাৰি। পাৰিলে বিশ্বাসযোগ্য উৎস যেনে, বাতৰি কাকত, প্ৰকাশিত গ্ৰন্থ আদিৰ তথ্যসূত্ৰ দিব। অধিক জানিবৰ বাবে en:Wikipedia:Reliable sources চাওক। বৰ্তমানে ৱিকিপিডিয়াৰ নীতি অনুসৰি সত্যাপনযোগ্যতা সাঁচ-টো প্ৰবন্ধটোত থকাতো বাঞ্ছনীয়। ভবিষ্যতে বিশ্বাসযোগ্য উৎস সংযোগ কৰিলে আঁৰতাই দিব পৰা যাব। --SlowPhoton (talk) 04:18, 22 November 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

"দীপলিনা ডেকা" পৃষ্ঠালৈ উভতি যাওক।