/জন্ম আৰু পৰিয়াল/ অংশটো ব্ৰজেন বৰুৱা প্ৰৱন্ধটোৰপৰা তুলি দিয়া হৈছিল। বৰুৱা পৰিয়ালৰ বিষয়ে এটা বেলেগ প্ৰৱন্ধ ৰাখি, একে পৰিয়ালৰ বাকী কেইজন ব্যক্তিৰ বিষয়ে বেলেগ প্ৰৱন্ধ লিখিবলৈ প্ৰস্তাৱ দিয়া হ'ল।

কণ্ঠদান কৰা চলচ্চিত্ৰৰ তালিকা সম্পাদনা কৰক

কণ্ঠদান কৰা চলচ্চিত্ৰৰ তালিকাখন ঠিক কৰি আছো। অনুগ্ৰহ কৰি ৫-২-২০১৩ তাৰিখলৈ অইনে ইয়াক সম্পাদনা নকৰিব। বাবুল বৈশ্য 17:52, 3 ফেব্ৰুৱাৰী 2013 (UTC)

{{সম্পাদনা দ্বন্দ}} টেগ লগাই থলে ভাল হয়| বিষ্ণু শইকীয়া 18:03, 3 ফেব্ৰুৱাৰী 2013 (UTC)
"দ্বীপেন বৰুৱা" পৃষ্ঠালৈ উভতি যাওক।