Prunus persica আৰু Prunus domestica

সম্পাদনা কৰক

এই পৃষ্ঠা আহোম বগৰী (Prunus persica) হয় , নৰা বগৰী (Prunus domestica) হয় যি একে Genus ৰ হলেও পৃথক species (প্ৰজাতি)।(বৈজ্ঞানিক নামৰ উৎস - নৰা বগৰী) (বৈজ্ঞানিক নামৰ উৎস - আহোম বগৰী আৰু নৰা বগৰী, পৃষ্ঠা ৫২৭৬ চাওক ) গতিকে পৃষ্ঠা নাম শুধৰাই আহোম বগৰী কৰিবলৈ প্ৰস্তাৱ ৰাখিলোঁ। KHI-LAN-TZI 04:43, 8 June 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

বেলেগ পৃষ্ঠা এটা কৰিব লাগিব। এইটো স্থানান্তৰ কৰিব নালাগে। মই কৰি আছোঁ। দিব্য দত্ত (বাৰ্তা) 16:58, 8 June 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
  দুৰ্দান্ত! KHI-LAN-TZI 17:57, 8 June 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক
"নৰা বগৰী" পৃষ্ঠালৈ উভতি যাওক।