বহুতো সৰু সৰু পিঠাৰ প্ৰবন্ধ দেখা পোৱা গৈছে| সকলোবোৰ একেলগ কৰি থলেই ভাল হব নেকি? বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:22, 19 ফেব্ৰুৱাৰী 2012 (UTC)

তিলপিঠা, খোলা চাপৰি আৰু খোলাচপৰীয়া পিঠা সম্পাদনা কৰক

"তিলপিঠা", "খোলাচপৰিয়া" বা "খোলা চাপৰি" পিঠা একেই বুলি মই জানো। প্রবন্ধটো এবাৰ পঢ়ি লৈ অভিজ্ঞ মানুহে মতামত দিয়কচোন। প্রভাকৰ শৰ্মা নেওগ (talk) 04:12, 23 এপ্ৰিল 2012 (UTC)


"খোলাচপৰিয়া" বা "খোলা চাপৰি" পিঠা মই জনাত একেই । কিন্তু তিলপিঠা আৰু খোলা চাপৰি পিঠা একে নহয় । খোলাচাপৰি পিঠা তেলত ভাজি কৰা হয় । আৰু ইয়াৰ মাজত কোনো তিল বা নাৰিকল দিয়া নহয় । Syamanta (talk) 05:37, 23 এপ্ৰিল 2012 (UTC)

 
খোলাচাপৰি পিঠা

খোলাচাপৰি পিঠা এনেকুৱাহে । তিলপিঠা সম্পূর্ণ বেলেগ ।Syamanta (talk) 05:42, 23 এপ্ৰিল 2012 (UTC) এই পিঠাটোক ভুৰভুৰীয়া পিঠা বুলিও কোৱা হয় ।

এইটো আমাৰ ফালে (যোৰহাট) পানী পিঠা বুলি কয়। চাওঁচোন আৰু কোনোবাই মতামত দিয়ে নে কি। প্রভাকৰ শৰ্মা নেওগ (talk) 10:26, 23 এপ্ৰিল 2012 (UTC)
"খোলাচাপৰি" আৰু পানী পিঠা বেলেগ বেলেগ হয়, দেখিবলৈ একে হ'লেও খোলাচাপৰি তেলত ভজা হয় আৰু পানী পিঠা পানীত সিজাই বনোৱা হয়। Jyoti Prakash Nath (talk) 10:47, 23 এপ্ৰিল 2012 (UTC)

ছবিৰ নাম সলনি সম্পাদনা কৰক

 

এইখন "খোলাচাপৰি পিঠা"ৰ ছবি হয় বাবে নামটো "পানী পিঠা"ৰ পৰা "খোলাচাপৰি পিঠা" কৰা হ'ল। খোলাচাপৰি পিঠা পিঠাগুৰি পানীত মিহলাই কেৰাহী বা তাৱাত বহলাই ঘুৰণীয়াকৈ তেলত ভাজি প্ৰস্তুত কৰা হয় আনহাতে পানী পিঠা পিঠাগুৰি পানীত মিহলাই তৈয়াৰ কৰা পিঠাসমূহ পোনে পোনে উতলা পানীত ধালি সিজাই তৈয়াৰ কৰা হয়। Jyoti Prakash Nath (talk) 10:59, 23 এপ্ৰিল 2012 (UTC)

"পিঠা" পৃষ্ঠালৈ উভতি যাওক।