বাৰ্তা:পোহৰ নিৰ্গতক ডায়'ড
- "উলিওৱা" শব্দটোৰ সলনি "নিৰ্গত কৰা" শব্দটো ব্যৱহাৰ কৰিব পাৰি নেকি ? - দিব্য দত্ত
- নিৰ্গত শব্দটোৱেই সঠিক হ’ব| বিষ্ণু শইকীয়া⇒✉ 13:31, 30 অক্টোবৰ 2014 (UTC)
হয়টো কেৱল নীলা পোহৰ সৃ্ষ্টি কৰিব পৰা LED উদ্ভাৱন কৰিহে নোবেল বঁটা পাইছে। ৰঙা আৰু সেউজীয়া LED আগতেই উলাইছিল। JBDVIJASDVI (talk) 17:42, 30 অক্টোবৰ 2014 (UTC)
পোহৰ নিৰ্গতক ডায়'ডৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন পোহৰ নিৰ্গতক ডায়'ডক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।