বাৰ্তা:প্ৰটিষ্টা
প্ৰটিষ্টা নে প্ৰটিষ্ট? প্রভাকৰ শৰ্মা নেওগ (talk) 10:25, 14 ছেপ্টেম্বৰ 2014 (UTC)
- প্ৰটিষ্টা হৈছে জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনৰ এখন জগতৰ নাম আৰু প্ৰটিষ্ট হৈছে সেই জগতখনৰ অন্তৰ্গত জীৱবোৰ। অৰ্থাৎ প্ৰটিষ্টবোৰ প্ৰটিষ্টা নামৰ গোটটোৰ অন্তৰ্গত জীৱ। দিব্য দত্ত (talk) 16:03, 14 ছেপ্টেম্বৰ 2014 (UTC)
প্ৰটিষ্টাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন প্ৰটিষ্টাক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।