বাৰ্তা:প্ৰণৱ বৰুৱা শিল্পী বঁটা

বেণু মিশ্ৰ, নীলপৱন বৰুৱা, আদ্য শৰ্মা আৰু বীৰেন সিংহইও বঁটাটো পাইছিল। বছৰকেইটা জানিব পৰা নাই। — গীতাৰ্থ বৰদলৈ (talk) 08:29, 1 জানুৱাৰী 2014 (UTC)

ময়ো বহুত বিচাৰি-খোচাৰিও বছৰকেইটা উলিয়াব নোৱাৰিলো৷ সেয়ে বঁটাপ্ৰাপক সকলৰ নামসমূহ তালিকাৰ ওপৰতে দি থৈছোঁ৷ চনকেইটা জানিব পাৰিলে যোগ দি দিব পৰা যাব৷ জলি বৰা (talk) 08:53, 1 জানুৱাৰী 2014 (UTC)

"প্ৰণৱ বৰুৱা শিল্পী বঁটা" পৃষ্ঠালৈ উভতি যাওক।