বাৰ্তা:প্ৰতিদান (চলচ্চিত্ৰ)

অনুগ্রহ কৰি অন্তত: মোখনি টুকুৰা লিখক। অকল লিষ্ট কেইখন থকা কাৰণে বেয়া দেখাইছে। [http://simple.wikipedia.org/wiki/Wikipedia:What_Wikipedia_is_not Simple wikipedia-ৰ এই পৃষ্ঠাটো চাওক। প্রভাকৰ শৰ্মা নেওগ 11:32, 5 ডিচেম্বৰ 2011 (UTC)

মই এইখন 'অনির্বাণ' পৃষ্ঠাটো চাই লিখিছিলো।মোখনি কি লিখিব লাগে ধৰিব পৰা নাই।সহায় কৰক।--দ্বিজেন মহন্ত 16:31, 5 ডিচেম্বৰ 2011 (UTC)

আৰম্ভণিৰ অংশতে কেতিয়া মুক্তি পাইছিল, পৰিচালক কোন, মুখ্য অভিনেতা কোন আছিল, কি কেমেৰা ব্যৱহৃত হৈছিল, বঁটা-চঁটা পাইছিল নেকি এই সকলোবোৰ এশাৰী এশাৰীকৈ লিখি থ'লে ভাল হয়। -- গীতাৰ্থ বৰদলৈ (talk) 20:32, 18 মাৰ্চ 2012 (UTC)

অ' বুজিলো এতিয়া।অচিৰেই কৰিম বাৰু।দ্বিজেন মহন্ত (talk) 10:19, 19 মাৰ্চ 2012 (UTC)

"প্ৰতিদান (চলচ্চিত্ৰ)" পৃষ্ঠালৈ উভতি যাওক।