"ব'হাগ"ৰ পৰা "বহাগ"লৈ স্থানান্তৰ কৰাৰ পূৰ্বে আলোচনাৰ প্ৰয়োজন আছিল। — গীতাৰ্থ বৰদলৈ (talk) 16:35, 8 অক্টোবৰ 2012 (UTC)

এতিয়াও কৰিব পৰা যায়। কি ক'বা কোৱাঁ। (ব'হাগৰ পৰা ৰিডাইৰেক্ট এটা এতিয়াও অৱশ্যে আছে)। প্রভাকৰ শৰ্মা নেওগ (talk) 03:13, 9 অক্টোবৰ 2012 (UTC)

তথ্যসূত্ৰৰ পুনঃনীৰিক্ষণ প্ৰয়োজন সম্পাদনা কৰক

ৰঙালী বিহুৰ প্ৰতিটো দিনৰ নামসমূহ ডঃ লীলা গগৈৰ উল্লেখিত খিতাপখনৰ ১৮৭ পৃষ্ঠাতহে আছে, তাতে নামসমূহ প্ৰবন্ধত উল্লেখ থকা ধৰণে নহয়, অলপ বেলেগকৈ৷ তথ্যসূত্ৰটোৰ পুনঃনীৰিক্ষণৰ প্ৰয়োজন অনুভৱ কৰিছোঁ৷ ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 11:09, 17 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

"ব'হাগ বিহু" পৃষ্ঠালৈ উভতি যাওক।