বাৰ্তা:বাঁহী (আলোচনী)

Latest comment: 3 বছৰৰ পূৰ্বে by Drnayanjyoti

সম্পাদনা দ্বন্দৰ টেগ লগোৱা থাকিলে বিলোপনৰ টেগ লগোৱাৰ আগে আগে কিমানদিন আগত শেষ সম্পাদনা হৈছে চাবলৈ অনুৰোধ জনালো। ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍Drnayanjyoti (talk) 17:24, 14 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

হয়, মই নোচোৱাকৈ, বহুদিনৰ প্ৰবন্ধ বুলি টেগ লগাই দিলোঁ, ক্ষমা কৰিব, আগলৈ সতৰ্ক হম। দিব্য দত্ত (বাৰ্তা) 18:40, 14 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

একো নাই। ঠিক কৰিব নোৱাৰা একো হোৱা নাই। ধন্যবাদ। ‍‍Drnayanjyoti (talk) 18:43, 14 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

"বাঁহী (আলোচনী)" পৃষ্ঠালৈ উভতি যাওক।