ওপৰৰ লিংকত Red-wattled Lapwing ৰ অসমীয়া নাম "বালিঘৰা" বুলি আছে। কিন্তু শব্দ ডট অৰ্গত "বালিঘোৰা" বুলি আছে। http://www.xobdo.org/asm/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%98%E0%A7%8B%E0%A7%B0%E0%A6%BE মই বিশ্বনাথ ঘাটত এই চৰাইবিধৰ ফটো উঠাওতে তাৰ স্থানীয়লোক সকলে "বালিঘোৰা" বুলি কৈছিল।অবস্যে দেখাত একে ধৰনৰ চৰাই যদিও নাজানো। মোৰ হাতত ফটো আছে অৱস্যে।.... বিষয়টো চাবছোন অকনমান।

"বালিঘোৰা" পৃষ্ঠালৈ উভতি যাওক।